খোৱা-বোৱা ৷ ১৬১ ২। নিমকি। ময়দাত বেছিকৈ থিউ মলম দি ভালকৈ মাৰিব লাগে ॥ ময়দাৰ লগত আগেয়ে নিমখ, কালজীবা আৰু নিমুৰ ৰস দিব লাগে ( নিদিলেও হয় )। ময়দা মব| হলে লুচিৰ নিচিনাকৈ বেলি চাবি জাপ কৰিব লাগে। চাৰি জাপ কৰিলে তিনিকুণীয়া হয়। তাৰ পাচত ভালকৈ তিনিকুণীয়াকৈ বেলি fate অলপ জুইত বাদামি ate ভাজিব লাগে?
৩] apf) নিমকিৰ নিয়মে ময়দা মাবি সৰু সক গুলি কৰি অলপ চেপেটা কৰি মাজত বুঢ়া আঙ্,লিৰে টিপি দি লিমকিৰ নিচিনাকৈ ভাজব সাগে।
৪7 খাজা।
ভাল নয়দাত বেছি ঘিউ মলম দি খুব ভালকৈ মাৰি দুহাত, দেৰহাত মান দীঘল কাঠৰ THIS থৈ দীঘলকৈ বেলিব লাগে ৷ ata দীঘলকৈ পাৰি বেলিব লাগে । এতিয়া আৰৈ চাউলৰ শুকান মিহি গুৰিৰ লগত ম'হৰ ঘিউ অলপ পনীয়াকৈ সানি ভালকৈ ফেনাই লৈ আঙুলিবে বেলি থোৱা খাজাত সানি বেল! খাজ। মেৰাব লাগে! এনে নকৰিলে ভিতৰৰ ফালে নিসিজে ৷ এতিয়া এই মেৰোৱা নলৰ নিচিনা ময়দা কাটি কাটি আকৌ সৰু লুচিৰ নিচিনাকৈ ডাঠকৈ বেলিব লাগে। তাৰ
বহা