এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
Sols শণও্ড ৷
জলপান, মিঠাই আদি ৷
err
প্রথম অধ্যায় আখৈ, মুৰি, চিবা আদি ।
১। আখি । আখৈ ভাজিবৰ হলে দলকচু ( ময়নাগিৰি), বৰা ( বন্ধি ), বাল৷ম ধানৰ আখৈ গাল হয়। এদিন ৰদত দি সেই দিনাই ৰাতি বাহিৰত ধানবোৰ থৈ দি পাছ দিনা আকৌ অলপ ৰদাই লব লাগে। পাছত ডাঙৰ কেবাহী বা কটাত (কামৰূপৰ ডাঙৰ মাটি চৰু ) বালি দি গৰম হাল এমুঠা মান ধান দি বাঁহৰ বা খৰিকাৰ সক বাঢ়নী বান্ধি তাৰেই বেচিকৈ লাৰিব লাগে। তাৰ পাচত আখৈ আধামান ফুতিলে সেই বাঢ়নী" ডালেৰে চকৰ কাণেৰে মাটিত বা. কাগজৰ ওপৰত পেলাব লাগে |
পাছত চালনিৰে চালি বাচি লব লাগে ।
২| মুৰি 1 মুৰি ভাজা অলপ টান কাম ৷ ধান সিজোৱাত ভাল নহলে মুৰি ভাল নহয়। দলকচু, আহম শালি, গেঠু, চকোৱা (641).