সমললৈ যাওক

পৃষ্ঠা:খোৱা-বোৱা.pdf/১৫৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১২৬ খোৱা-বোৱা

ডাঠ কাপোৰেৰে ছাকি ঘিউত তেজপাত, জলকীয়া, ফোৰণ দি তেলেনী দিব লাগে। মাংসৰ Breil এইদৰে ৰান্ধিব পাৰি ৷

৩-। মাংসৰ চুপ। প্রথম নিয়ম | মাংস আক পানী ভুলি দিব লাগে। মাংস আধা fast হালে ভাজ। মুগৰ দালি দিব লাগে: সিজিলে নিমখ, হালধি, মলা, চেনি far লাগে। এতিয়া থিউ চৰুত দি তাৰ লগত তেজপাত, TAPIA, গৰম মচলা ফোৰণ দি দালি তোলেনী দিব লাগে। Seal কৰিলে পিয়াজ আক নহৰু দিব পাবি | দালি নমাই আদা থেতেলোৱ| দিব লাগে । ইচ্ভা কৰিলে গৰম মচলা বটাও দিব পাৰি। দ্বিতীয় নিয়ম ৷ আগৰ নিয়মেই ৰান্ধি সিজিলে কাপোৰেৰে ছেকি ঘিউত তেজপাত, জলকীয়া, গৰম মচলা ফোৰণ দি তেলেনী দিব ' লাগে। নমাই অলপ আদা থেতেলোরা দিব লাগে ৷

৩১। ডিমাৰ চুপ। মাংসৰ চুপৰ নিয়মেই দালি ৰান্ধিব লাগে। মচলা দিয়াৰ সময়ত সিজোৱ| টিম! কাটি পেলাই দিব লাগে। পাছত তেজপাত, গৰম মচলা, জলকীয়| ফোৰণ দি তেলেনী দিব লাগে৷ নমাই অলপ আদ! থেতোলোরা দিব লাগে।