OSC ১১৯
amt শলাৰ পৰা খুলি পানী আৰু ঘিউভ সিজাব লাগে। পানী মৰি মাংস ৰঙচুৱা হলে নমাব লাগে।
৮। ডিমাৰ কাটলেট। foal সিজাই ডাঙৰ ডোখৰ কৰি ডিমাৰ কুহুমত ময়দাৰ বেচন, জালুকৰ গুৰি, আদাৰ ৰস, নিমখ মিহলাই ফেনাব লাগে। ভালকৈ ফেনোৱা হলে ডোখৰ ডিমাবোৰ জুবুৰিয়াই ঘিউত বাদামি ate ভাজিব লাগে।
৯। কাবাব মিজচ।
মাংস ডাঙৰকৈ কুটি আদা, পিয়াজৰ ৰস সানি এঘন্টা ঢাকি থব লাগে। পিচত মাংসবিলাক কাটাবে খুচি খুচি নিমখ সুমাই দি অলপ নিমখ গোটেই মাংসখিনিত সানিব লাগে | তেতিয়া একোডোখৰ মাংসত ঘিউ সানি শলাত বিন্ধি জুইৰ ওপৰত বুৰাই ঘূৰাই ৰঙচুৱা হলে সোলোকাই লব লাগে। গোটেইখিনি মাংস এনে কৰ| হলে চৰুত থিউ দি মাংসখিনি আকৌ ভাজিব লাগে। নমাবৰ সময়ত ওপৰত জলকীয়াৰ গুৰি ছটিয়াই দি নমাব লাগে।
১৭ আলুৰ বন। আলু সিজাই বাকলি পেলাই গাখীৰ, নিমখ, পিয়াজ থিউত সানিব লাগে। এতিয়া একোটা আমৰাৰ নিচিনাকৈ কৰিব লাগে। এতিয়া ডিমা ভাঙি আদাৰ ৰস মিহুলাব