এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
১১৮ খোৱা-বোৱা ।
আদাৰ ৰস আৰু জালুকৰ গুৰি নিমখৰে Ce দিব লাগে৷ ঘনাই লুটিয়াই দিক লাগে।
৫ | আলুৰ কাটলেট | আলু সিজাই বাকলি গুচাই সানিব লাগে। 8 সানা আলুৰ লগত আদা, জলকীয়া, পিয়াজ সৰুকৈ কটি নিমখ, গৰম মচলাৰ গুৰি মিহলাঠ চেপেটা কৰি fears জুবুৰিয়াই ময়দাৰ বেচন সানি fet দি অলপ ৰঙচুৱা হলে দিব লাগে।
৬। মাংসৰ কাটলেট |
ছাগলীৰ দাপনাৰ কোমল মাংস লৈ ডোখৰ ডোখৰ কৰি কাটি লব লাগে; মাংসৰ ডোখৰ বিলাকৰ হাৰ বাহিৰ কৰি লব লাগে। মাংসৰ ডোখৰৰ লগত চৰুত মাখন বা
ঘিউ দিব লাগে। গৰম হাল নিমখ সানি ঘিউত দি ভাজি নমাব লাগে। ঠাণ্ডা হলে ডিমাৰ কুহুমত আদা, পিয়াজ ৰস, নিমখ মিহলাই মাংসত লেপ দিব লাগে । পাচত বি্কুটৰ গুৰি, বেচন, চুজি বা পিঠাগুৰি, ছিটাই দি আকৌ ভাজিব লাগে।
৭। মাংসৰ কাবাব। মাংস থুকি লৈ জলকীয়া, পিয়াজ, নিমখ, আদা, জালুক, এলাচি, দালচিনি বটা সানি শলাত গাথি জুইত ভাজিব