সমললৈ যাওক

পৃষ্ঠা:খোৱা-বোৱা.pdf/১৪৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১১৪ খোৱা-বোৱা ।

২১। পিচপাচ, পোলাওৰ চাউল ভালকৈ ধুই নাংসখিনি মিহলাব লাগে | হালধি, জালুক, জীবা, ধনীয়া, আদা বটা, গোটা গৰম মচলা, তেজপাত, লোণ, মাংস চাউলৰ লগত ভালকৈ মিহলাব লাগে | চকটো] জুইৰ ওপৰত তুলি দি থিউ দিব লাগে। থিউ গৰম হলে মিহলোৱা চাউল আক মাংসখিনি বহাই দি ভাজা ভাজা হলে পানী ঢালি দি চৰুটো ঢাকি দি অলপ অলপ জুই দিব লাগিব। মাংস ভালকৈ সিজিলে

পিচ.পাচ, হল দ্বিতীয় নিয়ম।

পোলাওব চাউল লব লাগে। পোলাওৰ মচলা ভালকৈ বটি লব লাগে। মচলা বটাত ভাল নহলে পোলাও বেয়া হয়। পোলাওৰ চাউল ভালকৈ ধুই শুকাই লব লাগে। চাউলত fav, মচলা সানি বাদাম, feo feo মিহলাব লাগে। চৰুত থিউ দি তাৰ ওপৰত তেজপাত পাৰি দিব লাগে। বাদাম, feo fio, ঢালি দি কিছু ঘিউ দি আন্দাজকৈ পানী দি জ্বাল দিব লাগে। জুই কম হব লাগে। চাউলবিলাক আধা সিজা হলে জাল কমাই দি জুইৰ আচত ৰাখিব লাগে। আক মাজে মাজে ঘূৰাই দিব লাগে। চাউল প্রায় সিজিলে কিছু ঘিউ ঢালি দিব লাগে। পানী কম হলে পানী নিদি, অলপ গাখীৰ দিব লাগে। জুইৰ ওপৰত তুলি