সমললৈ যাওক

পৃষ্ঠা:খোৱা-বোৱা.pdf/১৪৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ঘোৱা-বোৱা | ১১৩

পোলাওৰ চাউলখিনি বহাই দি লাৰিব লাগে। চাউলবোৰ ফটিলে মচলাৰ পানী ঢালি দি দৈ, লোণ আৰু আস আন অচল! দি চৰুৰ মুখ ঢাকি দিব লাগে। আল দি পানী মৰি আহিলে থিট দি আঙঠাৰ ওপৰত বহাই থব লাগে। পানী শুকালে নমাব FINA!

২০ | জেববিবিয়ান।

মাংস হুইসেৰ, চাউল একসেৰ, থিউ ছুইসেৰ, আদা, জালুক, ধনীয়া, কালজীৰা, COATS, জলকীয়া, গৰম মচল|, লং, জাফবাণ বা হালধিৰ গুৰি, নিমখ ইত্যাদি লাগে। মাংস- বোৰত আদাৰ ৰস আৰু নিমখ সানি দেৰ ঘণ্টামান থব লাগে। পাচত এলাচী, ধনীয়া, হালধি অলপ দৈত গুলি আকৌ মাংসত সানিব লাগে! ইফালে চৰুত তেজপাত সজাহ দালচিনি আৰু জীৰ| ছিটাই দি মাংসবিলাক ঢালি te ওপৰত লং ছিটাই দি ঘিউ দেৰসেৰ ঢালি দিব লাগে । পাছত চাউলবিলাকত আৰু অলপ দে সানি মাংসৰ ওপৰত wore দিব লাগে। চৰু ঢাকি দি চাৰিওফালে ময়দা দি বন্ধ কৰিব লাগে। অলপ জ্বাল দিব লাগে ৷ যেতিয়া দৈৰ পানী মৰি ঘিউৰ শব্দ উঠিলে অলপ সময় বেচি পৰিমাণে জ্বাল দি আঙঠাৰ ওপৰত বহাই থব লাগে। অলপ পাছত ঢাকনি খুলি বাকী ঘিউখিনি দি আকৌ নমাই ঢাকি

ৰাখিব লাগে। ৮