সমললৈ যাওক

পৃষ্ঠা:খোৱা-বোৱা.pdf/১৪৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

খোতা-বোরা | ১১১

fas মিচ, জালুক, কালজীৰা ইত্যাদি। প্রথমে মাংস,পিয়াজ, আদা, ধনীয়া, cats, ঘিউ পানী দি ভালকৈ সিজাব লাগে। সিজিলে নমাই ছাকি লৈ ঘিউত লং ফোৰণ দি আন পাচলি- বোৰ ভাজিব লাগে। ইফালে সিজোৱ| মাংস থিউত ভাজি বাদাম বট| দি লাৰিব লাগে। পানী মৰি আহিলে গোটা গৰম মচল| ও কালজীৰ| দি আঙঠাৰ ওপৰত বহাই থব লাগে। তাৰ পাচত পোলাওৰ চাউল আধা সিজা কৰি ভাত ৰান্ধ, পানী কাৰি, আগৰ মচলাৰ পানী এই চাউলৰ ওপৰত ঢালি দি সিজাই লৈ মাংসৰ ওপৰত সজাই দি তাৰে ওপৰত আন আন উপকৰণবোৰ ঢালি দি কিছু সময় তেনেকৈ ৰাখিলেই পোলাও হল। ১৭৷ ফুলৰ পোলাও।

পোলাও ৰান্ধি আঙঠাত বহাবৰ সময়ত আধা ফুলা ফুলবোৰ ভালকৈ বাচি ওপৰত সজাই দিলে পোলাও সুগন্ধি হয়। জুটি, খৰিকা, জাই, গুটিমালী, গোণাপফুল ইত্যাদিবেই ভাল হয়।

১৮। মিঠা পোলাও।

মাটি কঠাল ডোখৰ ডোখৰ কৰি কাটি নিমখ পানীত ধুব লাগে। মাটি কঠালৰ লগত চেনি, গোটা গৰম মচলা, কাবাব চিনি, জায়ফল দি সিজাব লাগে। ভালকৈ সিঞ্জিলে পানীখিনি ছেকি লব লাগে। এতিয়া আৰু আনাৰস লৈ