এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
১০২ খোরা-বোরা ।
ছিটা দিব লাগে। এতিয়া এখন থালত কিছুমান চাউল গুৰি দি বড়িবোৰ চাউল গুৰিত এবাৰ বগৰাই আনি এখন পাটি ব| কাপোৰৰ ওপৰত থব লাগে।
es) মাটি-মাহৰ বড়ি। তেজপাত বটিব লাগে। জীৰা আক গুরামুবি আধা গুৰি কৰিব ater শুকান কোমোৰা দালিৰ লগত বটি apa ইত্যাদিৰে ডাঙৰ ডাঙৰকৈ বড়ি দিব লাগে।
৫২। মূলাৰ বড়ি। মূলাৰ বাকলি পেলাই থেতেলাই এদিন ৰদত দিব লাগে। পাছ দিন| খেচাৰিৰ দালি বটাৰ লগত মূলা শুকোৱা গোটা জীবা মিহলাই ফেনাব লাগে। বড়ি দিবৰ সময়ত নিমখ মিহলাই বড়ি দিব লাগে। এই বড়ি টেঙা ইত্যাদিত খাব পাৰি। ত ৫৬ ৷ আফু গুটিৰ বড়ি ৷ খেচাৰীৰ দালি বটি তাৰ লগত নিমখ আফুগুটি দি আন বড়িৰ নিয়মেই বড়ি দিব লাগে।
৫৪ ৷ ম্টৰৰ বড়ি। মটৰ বটি নিমখ মিহলাই আন বড়িৰ নিয়মেই ব্ড়ি দিব লাগে। খেচাৰীৰ দালিৰ, মচুৰ দালিৰ বড়িও এইদৰে দিব লাগ।