থোৱা-বোৱা | ৯৯
৪০1 কঠালৰ আচাৰ |
ডাঙৰ কেচা কঠালৰ বাকলি গুচাই ডোখৰ ভোখবকৈ কুটি লৈ এটা মাটিৰ চৰুত বুট আৰু তেতেলীৰ লগত একেলগে সিঙ্গাব লাগে। সিজিলে এখন ডলাত ঢালি দিব লাগে। কঠাল আৰু বুটৰ পানী নিকিৰি পেলাই পানী শুকালে সৰিয়হ, গুৱামবি আধা গুৰি কৰি তাৰ লগত জলকীয়া বটা, নিমখ, হালধি সানি তেলত দি কেইদিনম৷ন ৰ’দত দিব লাগে ৷
8১1 জলকীয়াৰ আচাৰ
ডাঙৰ পকা জলকীয়া ছুই এদিন তেলত ডুবাই কোমল কৰি লৈ ফালি ভিতৰৰ গুটি আৰু শিহনি ডাল উলিয়াই নিমখ, হালধি, sisal, গুৱামুৰি, সৰিয়হ, আমৰ, ব| বগৰীৰ গুৰি একেলগে মিহলাই ভিতৰত সুমাই এডাল বাহৰ শলাৰে বিন্ধি দি জোৰা লগাই দিব লাগে। দুই এদিন ৰ’দত দি আকৌ তেলত দি ভালকৈ We খুবই থৈ দিব লাগে।
৪২। বগৰীৰ চির্কা আচাৰ!
পকা বগৰীৰ ঠাৰি গুচাই ৰদত শুকাই এলুমিমিয়মৰ বাসনত থৈ চির্কাত জাল দিব লাগে। জলকীয়া, আদা, নহুৰ বটা দিব লাগে। উতলিলে বগৰী দিব লাগে। নিমখ, চেনি দিবও লাগে । বগবীবোৰ ফুলি উঠিলে নমাই ৰদত থৈ দিব লাগে।