খোৱা-বোৱা 1 লাট
খাকিব। এনেকৈ চাবি ফাল কৰি ভিতৰৰ গুটি উলিয়াই পেলাই ৰ’দত দিব লাগে। দুই তিনি দিনমান ৰ’দত দিয়াৰ পাচত তাৰ ভিতবৰ নিমখ, হালধি, কালজীৰ৷, গুৱামৰি, সৰিয়হৰ আধা ডোখৰীয়া গুৰি, একোটা ডাঙৰ পকা জলকীয়া দি বাঁহৰ শলা বা কাঠি এডালেৰে ভালকৈ জুৰি দি এটা চৰু বা বয়মত থৈ তেল দিব লাগে। তেল এনে আন্দাজ দিব লাগে যেন আমবোৰ ডুব যায়। কেঈদিন মান ৰদত দি থৈ দিব লাগে। মাজে মাজে সকালা আচাৰ ৰদত দিব লাগে। পতল, কেৰেলা ইত্যাদিবে! এইদৰে আচাৰ কৰিব পাৰি: ক্ৰিন্ত মচলাৰ লগত আমৰ গুৰি ব! বগৰীৰ গুৰি দিব লাগে ।
Sb 1 কাটা আমৰ আচাখ।
ডাঙৰ আম লৈ বাকলি গুচাই চকলিয়াব লাগে ৷৷ এতিয়া নিমখ, হালধি, কালজীবা, গুৱামুৰি, সৰিয়হ গুৰি কৰি কেচা জলকীয়া বাটি লব লাগে। কালজীৰা, গুৱামুৰি সবিয়হ আধা গুৰি কৰিব লাগে। এতিয়া এটা পাথৰৰ বা মাটিৰ সাজ্ত ( পাত্ৰত ) ৰদত দিব লাগে। কিছু ৰ’দ খালে ভালকৈ থৈ দিব লাগে।
আদা, কেবেলা ইত্যাদি কুটি এইদৰে আচাৰ কৰিব পাবি। কিন্তু ইয়াৰ লগত আমৰ বা বগৰীৰ গুৰি মিহলাব পাৰে।