সমললৈ যাওক

পৃষ্ঠা:খোৱা-বোৱা.pdf/১২৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ae খোৱা-বোৱা । AIST

৩৫ ৷ faye আচাৰ। ১ম নিয়ম পক নিমুলৈ এটা মাটিৰ বা পাথৰৰ চক বা বাটিত থৈ বেচিকৈ নিমখ দি ৰ’দত দিব লাগে। কেইদিন মান ৰ’দত fea লাগে। কিছুদিন vee থাকিলে আন এখন পাত্ৰত তুলি থব লাগে। নিমুৰ গাৰ তেল ওলাযেই ইয়াক তেলৰ অভাব গুচাব । দ্বিতীয় নিয়ম নিমুৰ গাৰ চেচুবোৰ পেলাই আগৰ নিয়মেই নিমুৰ আচাৰ কৰিব লাগে ৷

ov! আদাৰ আচাৰ | অদ| ডোখৰ ডোখৰকৈ কাটি এটা পাথৰ বা মাটিৰ সাজত থৈ নিমুৰ ওপৰত ঢালি fr নিমখ, পকা জলকীয়া কুটা আৰু কালজীৰ| কিছু ওপৰত চটিয়াই দি কেইদিন মান ৰ’দত দি তুলি থব লাগে। ইচ্ছা কৰিলে অলপ তেল দিব প।ৰি।

' ৩৭৷ গোটা আমৰ আচাৰ।

এনে ধৰণৰ আম লব লাগে যিবিলাক বাট্ঠি বান্ধিছে; কিন্তু পকাও নাই। এনে আমৰ ঠাৰিৰ পিনে জোৰ| লাগি