সমললৈ যাওক

পৃষ্ঠা:খোৱা-বোৱা.pdf/১২৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৯৪ ধোরা-বোর। |

২৮ ৷ শুকান জলকীয়াৰ ছাটনি।

শুকান জলকীয়া পুৰি বা শুকান চৰুত ভাঙ্গি গুৰি কৰি আধা বট| কাঁলজিৰাৰ লগত মিহলাই নিমখ দি তেল বেচিকৈ সানি লব লাগে।

২৯। কাচা আমৰ ছাটনি।

আম, আদা, জলকীয়া মিহিকৈ কুটি নিমুৰ বস, চেনি,

নিমখ, জলকীয়া মিহলাই লব লাগে ৩০। মূলাৰ ছাটনি।

মূলাৰ বাকলি পেলাই চকলিয়াই কাটি লব লাগে। পিয়াজ চকলিয়াব লাগে। জলকীয়া কুটি ৰাখিব লাগে। মূলা, পিয়াজ একেলগে থে fot. নিমখ, জালুকৰ গুৰি মিহলাই ওপৰত কেচা জলকীয়া কুট! ছিটাই দিব লাগে।

৩১। faba ছাটনি। বিট সিজাই লৈ কাপোৰেৰে whe বাকলি পেলাই মিহিকৈ কুটি, পিয়াজ চকলিয়াই জলকীয়া কুটি দিব লাগে। এইবাৰ এখন ঠালত পিয়াজ, বিট, জলকীয়া থৈ তাৰ ওপৰত চির্কা, নিমখ, চেনি দি এখন চামুচেবে মিহলাই পেলাব লাগে। ৩২। fart ছাটনি। বিনবোৰ সৰুকৈ কুটি সিজাব লাগে। সিজিলে পানী পেলাই চচ্‌ পিয়ালাটো। জুইৰ ওপৰত থব লাগে। যাতে