aR ধোৱাঁ-ৱোৱা ।
লাউ, তিয়হ ইত্যাদিৰ এবিধ সিজাই ডোখৰকৈ বা! চকলি- য়াই লৈ এই মচল| সানি খাব লাগে। তেল বেচিকৈ দিব লাগে | ২১। বট! জালাৰ দৈ বব,
মাটিমাহৰ চোকোলা গুচাই পটাত মিহিকৈ বটি নিমখ, শুকান জলকীয়া, গুৱামুৰিৰ গুৰি, হিং ( ইচ্ছা কৰিলে নিদিবও পাৰি) অলপ তেল মিহলাই খুব ফেনাব লাগে। ফেনোরা হলে বৰ ভাজি মচল| মিহলোৱা দৈত দি তিনিঘণ্ট৷ মান )াকি থব লাগে। এটা পাথৰ বা মাটিৰ বাটিত দৈ লৈ অলপ পানী দি পনীয়া কৰি লব লাগে। দ্তৈ নিমখ, চেনি, হালধি, শুকান জলকীয়া, জীং|, জালুক, আদা বটা তেল দিব লাগে।
২২ ৷ Stel জালাৰ দৈ-ববা। abl জালাৰ দৈ-বৰাৰ নিচিনাই বৰাৰ সলনি মাছ সিজাই al ভাজি দিব লাগে কিন্তু চেনি দিব নালাগে । ৰো মাছৰ গদা, কাৱৈ ইত্যাদি মাছবোৰ ভাজি দিব লাগে। ala পেটা, আৰি, চাঁদা, মিছ! ইত্যাদি মাছ সিজাই দিব লাগে ৷ ২৩। ভাজা জালাৰ দৈ-মাছ। ভাজা জালাৰ দৈ-বৰাৰ দৰে মাছ দিয়া প্রণালী। বটা জালাৰ দৈ-মাছৰ নিচিনা।