সমললৈ যাওক

পৃষ্ঠা:খোৱা-বোৱা.pdf/১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

11/০

221 ইয়াৰ উপৰিও চিৰা, আখৈ, মুৰি, কোম্ল চাউল aie) ৰান্ধনি ঘৰত বেগতে বেয়া নোহোৱা কিছুমান জলপান বাখিব লাগে। কিয়নো হঠাৎ কোনো মানত গৃহস্থৰ ঘৰ বুলি ওলালে saan কৰিবপৰা শক্তি থাকিব জাগে । ভাত ৰান্ধিবলৈ হলে প্রধানকৈ সনুলিব আৱশ্যক ৷ যেনকৈ ভাল BY নহলে কাঠৰ ভাল সজুলি কৰিব নোৱাৰি, তেনেকৈ ভাল সঙ্গুলি নহলেও ভাত বা তর্কাৰি আছি ৰন্ধাত সুবিধা নহয়। সক-স্ুবা গৃহস্থৰ কাৰণে তলত দিয়া বস্তু নিতান্ত দৰ্কাৰ; যেনে ৫ কেৰাহী, হাঠা, খন্তি, বাহৰ বা লোৰ শলি দুডাল, এখন বঞ্চি, (মইদা) জালৰ obi দুখন, এখন ঘন ও এখন পাতল। কটাৰী, দা, আৰু ভাত আদি ঢাকিবলৈ কেইখনমান কাহী -লাগে। এই বিলাকৰ উপৰিও ভাল ৰকমৰ বহুত পাত্ৰ থাকিলে বন্ধা কাম সুচাৰুৰূপে সনাধা হব পাৰে।