সমললৈ যাওক

পৃষ্ঠা:খোৱা-বোৱা.pdf/১১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ve খোৱা-বোৱা! |

কিচ.মিচ.ত বেচি টেঙা নালাগে। কিচ.মিচ, স্বাভাৱিকতে অলপ টেঙ| ৷ যেতিয়া কিচ.মিচৰ গাত অলপ ৰস লগা যেন হয় তেতিয়া নমাই থব লাগে। থেৰেজু টেঙা, মৰাপাটৰ গুটিৰ sural এই নিয়মে খায়।

৪৬। সুমথিব| টেঙাৰ aA আগেয়ে স্মুমথিৰাৰ কোহবোৰ বাচি থব লাগে। পিচত চৰুত থিউ দি সবিয়হ দুটামান ফুটাই দি টেঙাৰ কোহাবোৰ বহাই অলপ চেনি, নিমখ পানীৰ লগত মিহলাহ চকত ঢালি দি যেতিয়া ৰস ঘন হব তেতিয়া নমাব লাগে।

নবম আধ্যায়। site, ্লাচ্চাব, zat ইত্যাছ্ি ৷ ১। আমৰ ম'লৰ পনীয়া ছাটনি।

নতুন ফুল| আমৰ মল লব লাগে। পকা cereal গুলি দি নিমখ, চেনি, জলকীয়া বটা, তেল অলপ মিহলাই আমৰ মলবোৰ লাহে লাহে হাতেৰে পিহি চাকি লব লাগে।