খোৱা-বোৱ| । ve
৪৩। আমৰ অন্ধল। টেঙা আম কাটি অলপ চূণৰ পানীত ধুই পেলালে টেঙাতো কিছু কম হয়। পিচত ভাল পানীৰে এবাৰ ধুই লব লাগে। আধা পকা বা অলপ মিঠা থকা মাম চূণৰ পানীত নোধোলেও হয়। চৰুত বহাই তেল দি দুটামান সবিয়হ, তেজপাত, শুকান জলকীয়া দিলে বেয়া নহয়। যেতিয়া তেজপাত আদি মচগাৰ সুগন্ধ ওলাই তেতিয়া তেলত আম বহাই stata নিচিনা হলে চেনি, অলপ হালধি, নিমখ পানী দি থুপখুপীয়া হলে নমাই থব পাৰি। এই নিয়মে মিঠা লাউৰ অন্বল ৰান্ধে। ইয়াত অলপ তেতেলী দি চেনি কম পৰিমাণে দিব লাগে। 881 বগৰীৰ Bz! শুকান বগৰীৰ ঠাৰিবিলাক ছিঙি, ৰন্ধাৰ এছণ্টা মান আগেয়ে পানীত তিয়াই থব লাগে। পিচত অলপ তেলত ভাজি লৈ পানী, হালধি, চেনি বা গুৰ দি অলপ পানী থকাকৈ ৰাখিব লাগে । পকা। ৰো এই নিয়মে অন্থল ৰান্ধিব পাৰি৷ ও থেতেলাই চেনি বা গুৰ দি ৰান্ধিব লাগে। se. কিচ.মিচ.ৰ অন্বল। কিচ.মিচ. ভালকৈ বাচি ধুই চৰুত তেল বহাই দিব লাগে। যেতিয়| তেল পকিব তেতিয়া ধোৱা fe fio খিনি বহাই লাৰি চাৰি ভাজাৰ নিচিনা হলে তেতেলী গুলি দি চেনি দিব লাগে। নিমখ সকলো আঞ্জাতে দিব লাগে |