সমললৈ যাওক

পৃষ্ঠা:খোৱা-বোৱা.pdf/১১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

খোৱা-বোৱা । ৮৩

দি ফেন পেলাই হান্পধি দি কচুৰ ঠাৰা, বাচি ধুই লুবা বান্ধি দালি পেলাই দি সিজিলে টেঙা দিব লাগে। যেতিয়া

হবৰ সময় হয় নিমখ দি নমাই থব লাগে। কচু দালিত নিদিয়াকৈও টেঙা খাব পাৰি।

৩৯ ৷ মাছৰ ঢেঙা। সক মাছ ব| ডাঙৰ মাছৰ টেঙাৰ চৰ্চৰী ৰান্ধিব পাৰি। পুঠী, বেচা, খলিহা, মাগুৰ, মিছামাছ আৰু সৰু চেং বা ste মাছৰ চৰচৰী খাবলৈ ভাল লাগে। মাছ বাচি মূৰা কাটি পেলাব লাগে ৷ fay, চকলা টেঙা, আমৰ গুৰি, শুকান খবিচা, তোতেলী এইবিলাক টেঙাৰ চবচৰী ৰান্ধিলে ভাল। ৰান্ধিবৰ হলে মাছ ভাজি টেঙা, হালধি, পানী, নিমখ দি যেতিয়া পানী নোহোৱা হয় তেতিয়া নমাই থলে হয়। সক মাছ ভাজা টান কথা। সৰু মাছ এনেকৈ ভাজিব লাগে যাতে মাছ ভাঙি নাযায়। মাছ ভাঙিলে চৰ্চৰী খোৱাৰ BX নহয়। 8৭ গাজ টেঙা। মচুৰ দালি ভালকৈ সিজিলে পকা খৰিচা fasta লাগে। পিচত আন দালিৰ নিচিন। নিমখ, হালধি আদি দি তেলেনী মাৰিব লাগে। নিৰামিষকৈ গাজ খাবলৈ বেয়া নহয়। চৰুত তেল 1দ সবিয়ঙ্গ দুটাম৷ন ফুটাই দি পকা খৰিচা বহাই ৰান্ধিব লাগে। মাছ দিও ৰান্ধিব পাৰে। মাছদি ৰাদ্ধবৰ হলে মাছ ভাজা চৰুতে তেল বহাই পকা খৰিচা