সমললৈ যাওক

পৃষ্ঠা:খোৱা-বোৱা.pdf/১০৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ৰল খোৱা-বোৱা ।

৭) খেচাৰিৰ দালি।

মটবৰ দালিৰ নিচিনাকৈ ates লাগে। ঘিউ নিদি তেল দিব লাগে । ইয়াত নানা ৰকম পাচলি দিব পাৰি। টেঙাও দিব পাৰি।

wl বাদচাহী অবহৰ দালি।

প্রথম দালি সিজাই লৈ কাপোৰেৰে ছেকি বস আৰু দালি বেলেগ বেলেগ কৰিব লাগে। এতিয়া দালিখিনিত আদাৰ বস, দৈ মিহলাই কিছু সময় থৈ দি পাছত ঘিউত ভাজি লব। পাছত দালিৰ ৰসখিনি আৰু নিমখ দিব লাগে৷ গোটা হলে গৰম মচলা আক জাফৰাণ দি ঘিউভ লং, দালচিনি, জলকীয়া. তেজপাত ফোবণ দি নমাব লাগে।

অষ্টম অধ্যায় ৷ cee

১। আমৰ টেঙা। সৰু আমৰ বাকলি পেলাই ফালি ভিতবৰ গুটি উলিয়াই পেলাব লাগে। তেলত সৰিয়হ ফোবণ দি আন দিব লাগে । অলপ পাচত নিমখ, চেনি, হালধি পানী দি সিজিলে নমাই থব লাগে।