খোৱা-বোৱা । ৬৯
দিব লাগে যেন দালিও সিজে পানীও মৰে। অৰহৰ, বুট, মুগ, মাটিমাহ ইত্যাদি দালিবোৰ গোটাই থাকিব লাগে। ২য় নিয়ম
দালি সিজাব লাগে। সিজিলে হালধি, জালুক, জীৰা, জলকীয়া বটা, নিমখ দিব লাগে। অলপ পাচত চৰুত থিউ দি তেজপাত, জলকীয়া, মিঠিগুটি, গৰম wont ফোৰণ দি দালি ঢালি দিব লাগে। থক্থকীয়| হলে নমাই গৰম মচলা বটা, ঘিউ দি এবাৰ লাৰি-চাৰি দি ঢাকি দিব লাগে |
৫1 apt দালি।
দালি fasta লাগে । আধা সিজা হলে নিমখ, হালধি, চেনি দিব লাগে । ভালকৈ সিঞ্জি থক্থকীয়া হলে এটা চৰুত ঘিউ দি পিয়াজ বঙাঁকি ভাজি তুলি থৈ দি জলকীয়া, তেজপাত, stay মচলা ফোবণ দি দালিখিনি ঢালি দিব লাঁগে। তুই এটা Sea খালে নমাই ঘিউ দি লাবি-চাৰি দি ওপবত ভাজা পিয়াজখিনি মিহলাই দি ঢাকি দিব লাগে।
৬1 মটৰ দালি
দালি সিজাই নিমখ, হালধি দিব লাগে। afeni কেচা জলকীয়া, তেজপাত ফোৰণ দি দালিখিনি ঢালি দিব লাগে। Gere দিব পাৰি। দালি একেবাৰে শুকান জৰজৰীয়াকৈ লব পাৰি।