সমললৈ যাওক

পৃষ্ঠা:খোৱা-বোৱা.pdf/১০০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

খোৱা-বোৱা 1 ৬৭

লাগে। ইফালে নিমখ, ঘিউ, দৈ, আদাৰ ৰসত লাউবোৰ ছুঘণ্টানান ভিজাই থব লাগে। পাচত জাফৰণ বা হালধিৰ গুৰি দি মিহলাই মাংসত ঢালি দিব লাগে। কিছু সময়ৰ

পাচত দৈ শু গৰম মচলা বটা বা গুৰি দি নমাৰ

লাগৈ।

সপ্তম অধ্যায়।

লাহিন। ১] মুগব দালি।

প্রথমে পানীৰ লগত তেজপাত আৰু গৰম মচল। দি ছুই এটা উত্ল খালে দালি দিব লাগে। আধা সিজা হলে নিমখ জলকীয়া দিব লাগে। থক্পকীয়া হাল আদা দিব লাগে 1 এতিয়া চকত fat দি নিমখ, গৰম মচলা, তেজপাত ফোৰণ দি দালিখিনি canal দিব লাগে। ছুই এটা Bex খালে দালিখিনি নমাব লাগে।

২। মাঁটিমাহ-দালি। é ১ম নিয়ম চোকোল| শুচোৱা মাটিমাহ fate ভাজি পানী দি fasta লাগে। সিজিলে কালজীৰা বটা, নিমখ, আদা থেতেলে|ৱা