পৃষ্ঠা:কৰ্মবীৰ চন্দ্ৰনাথ.pdf/২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

উছৰ্গা

অসমীয়া ৰাইজৰ সতৃষ্ণ দৃষ্টিৰ লক্ষ্য,
জন্মভূমিৰ ভৱিষ্যৎ আশাৰ সম্বল,
উঠি-অহা অসমীয়া ডেকাসকলৰ
হাতত লিখকৰ আন্তৰিক প্ৰীতি
আৰু বিশ্বাসেৰে সৈতে চন্দ্ৰনাথ
অৰ্পিত হ’ল।

নিবেদক —
গ্ৰন্থকাৰ
কেতেকীবাৰী, তেজপুৰ
আষাড়, ১৮৪৫ শক।