পৃষ্ঠা:কেন্দ্ৰ সভা.djvu/৬৯

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


[ ৬১ ] ভাৱনা ভাবি থাকোতেই জাহাজৰ মাত শুনিলোঁ, গুনি লৰা লৰিকৈ উঠি জাহাজলৈ গলো। কিন্তু কথাটো আজিলৈকে মোৰ মনত আছে।