পৃষ্ঠা:কুলাচল বধ.djvu/৩৭৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কুলচল-বধ। 091 কতো বেলিমানে বাজা শুতিয়া আহিলা। পাছে বাসক হেন বচন বুলিলা। কৰ্ণদত্ত বোলে দেব না আপতি। পাণ্ডবক দেখিবাক ইচ্ছা যায় অতি। যদি দয়া থাকে তেবে এতে তোমাৰ। মহন্তৰ দশন হোৱয় আমাৰ। ৰাজাৰ বচনে স্থপতি বঙ্গমনে। পুষ্পমালী গন্ধক পালি৷ তেখনে। পুষ্পমালী লৈয়া যাহ দুখান বিমান। ধৰ্মৰাজ যুধিষ্ঠিৰ দ্ৰোপদীক আন। মনুষ্যৰ মানে পথ দশম দিন। তই একে মানে আসিয়োস। হেন শুনি পুষ্পমালী আকাশে চলিল। দুই দণ্ডে নৃপতিৰ আন তিল। ৰুণ সুন কিচিশী ৰায় বিমান। উপচাহি নেখিল বৰ, দ্ৰোপদী সহি ৰা বুলিল মন। ইঠায় বিমান দুই খান। কি দেৰৰ কিবা নৰ গঙ্গ। সাহিতে কায়িক ক্ৰোপ না।