পৃষ্ঠা:কুলাচল বধ.djvu/৩৫০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কুলাচল-বধ। ৩১১ বিষ্ণু বৈষ্ণবৰ, দুইহানে চৰিত্ৰ, সাত কৰা নতকা। ভাৰত মনে, হৰি পাৰে ভণে, তুলড়ি ছন্দে পৰাৰ। হেন জানি সবে, আন ক এড়ি, নঃ ক গুণনাম। মিলিৰে মুকুতি, তৰিা দুৰ্গতি, কি বোলা ৰাম ৰাম। ঝুমুৰি। জৈমিনি মহাস। কষেড়ে পুছিল। কবিয়ে বান্ধৱগণ। পাট কথা বিতোপন। বন বধিলা ছবি। হৰ নতি কৰি। আনে থানক গৈলা। পাহৰি কি কৰিল। কি কৈ গৈল। পাৰু কি লিল।