এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
শ্ৰী শ্ৰীকৃষ্ণায় নম:৷
কুলাচল-বধ৷
⸻:৹:⸻
(নমো বিষ্ণবে৷)
নমস্তু তে ব্যাস! বিশালবুদ্ধে,
ফুল্লাৰবিন্দায়তচারুনেত্ৰ৷
যেন ত্বয় ভাৰত তৈলপূৰ্ণঃ,
প্ৰজ্জালিতো জ্ঞানময়ঃ প্ৰদীপঃ৷৷
নাৰায়ণং নমস্কৃত্য নৰষ্ণৈব নৰোত্তমং৷
দবীং সৰস্বতীং ব্যাসং ততোজয় মুদীৰয়েৎ৷৷
পদ৷
জয় নমো নাৰায়ণ পূৰ্ণব্ৰহ্ম হৰি৷
খণ্ডিলা ভূমিৰ ভাৰ অসুৰ সংহৰি৷৷