পৃষ্ঠা:কুলাচল বধ.djvu/১২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কুচল বধ। কৰ ট নামে সেনাপতি এক, দাৰুণ অতি দুৰ্জয়। পবাণ ধৰি, মৃগৰ বাহনে, বচন হেন বোলয়। শুনৰে অচিল, মানুষ্য চাৰিটা, একসক হেন আচত। সেনাপতি সমে, অসংখ্যতি সৈন্য, মাৰি কৈলি ৰণ্ড ভণ্ড। নাঙ্গানো তোহোৰ, কত সাশ আছে, কোনোবা দেবে ৰাখয় , যদি দিগপাল, গণে ৰাখে আসি, মৰণ তবে মিলয়। তোৰ। সবে জানো, কৰ্ণে নউ গুন, কুলাচল বীৰবৰ। তাৰ নামত, ভৰে মন, নাহিকে তোমাৰ ভৰ। আজি চাৰি মৰি, যাইবি বম ঘৰ, মিলিল কাল তোবোৰ। আছে ৰাজাৰ, কথা আমি সবে কৰিববাবে এতিকাৰ। (১১)