● লতাজান উচ্চ মাধ্যমিক বিদ্যালয়। প্ৰধান শিক্ষক বিদ্যাধৰ বৰা। সহপাঠী সংগীতা (উচ্চগণিত)।
● খোকানৈ হাইস্কুল।
● লতাজান মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক গোবিন শইকীয়া। টিউচন স্কুলৰ মালিক পৰমা নেওগ।
● চুবুৰীয়া হাজৰিকা। তেওঁৰ পত্নী ভূঞা হাজৰিকা।
● মৃদুলা হায়াৰ ছেকেণ্ডাৰী। ময়ূৰী ভট্ট অলিন্দৰ প্ৰেয়সী। চন্দনৰ প্ৰেয়সী ৰঞ্জিতা দেৱী (অলিন্দৰ চিঠিখন অহাৰ সময়ত)। ৰসায়ন বিজ্ঞানৰ শিক্ষক মুকুল দত্ত। ময়ূৰীৰ সৈতে প্ৰথম কথা পতা ল’ৰাটো প্ৰীতম। কলা শাখাৰ ল’ৰাটো হীৰক। পৰীক্ষাত লগত পৰা বিজ্ঞান শাখাৰ মৃণাল, যাক ডিগ্ৰীৰ তৃতীয় বৰ্ষত অলিন্দই লগ পায়। অলিন্দৰ চিঠি নি দিয়াটো ভাস্কৰ। লুইত কলেজত থাকোঁতে ফাঁকি দিয়ে বিৰিঞ্চিয়ে।
● অমৰা কলেজ, অমৰা বিশ্ববিদ্যালয়। চন্দনৰ ঘৰত সোমোৱা ৰশ্মি শৰ্মা। ধ্ৰুৱ মহন্ত ৰসায়নৰ মুৰব্বী।
● লুইত কলেজ। দীপক ডেকা — ডিডি ছাৰ। টেনঘাট কলেজ, টেনঘাট ইনষ্টিটিউট অৱ চায়েন্স এণ্ড টেকন’ল’জি (টিষ্ট)।
● হালধিবাৰী বিশ্ববিদ্যালয় (এইছ ইউ)। নিউটন কলেজ। বৰবাৰী বিশ্ববিদ্যালয় (বি ইউ)। বিজয়পাৰা। অলিন্দৰ ৰূমমেট বিতোপন। লগৰ জিন্তু, কুঁকি।
● পৰী (ডেইজী)। পৰীৰ হোষ্টেলৰ জুলি কলেজৰ লগৰ। ভৃগুৰ হেল্ল’ টিউন। অলিন্দৰ সহপাঠী বন্ধু কৌশিক। মেচৰ অগ্ৰজ হীৰকজ্যোতি। ৰাজলক্ষ্মী বা। কুঁকিক প্ৰপ’জ দিয়ে প্ৰফেছৰ জেবিয়ে, ৰাজলক্ষ্মীক দিয়ে প্ৰফেছৰ এফচিপিয়ে। যাদবেন্দ্ৰই বিচৰা প্ৰজেক্টটোত ছোৱালী এজনীয়ে পায়। কলেজৰ হোষ্টেলৰ ধ্ৰুৱাৰ্ক।
● পৰাণৰ পত্নী পিংকী। খাগৰিমালা।
পৃষ্ঠা:কুলাংগাৰ.pdf/৭২১
অৱয়ব
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭১২
কুলাংগাৰ
* * *