চোৰ্চোৰকৰে টানি নিলেই সাহিত্য হ’ল। আমালৈ অনেকে সমালোচনা কৰিবলৈ কিতাপ পঠিযায়। কিন্তু সমালোচনা কৰিবলৈ যাম কিয়? প্রথমৰ পাত গোটাদেক দেখিলেই বিদেশী অঙ্গি-ভঙ্গিৰে অসমীয়া বাক্য-বচনে ঠহৰ ঠহৰ কৰে চকুতে খুচি আমাক কণা কৰে। + + + বিলাতৰ প্রধান বৈজ্ঞানিক পণ্ডিত চাৰ অলিভৰ লজে (Sir Oliver Lodge) of obloss of “বিজ্ঞানে স্থূল জগতৰ বিষয়ে আমাক শিক্ষা দিয়ে, আৰু বিজ্ঞান পঢ়ি আমি ভাবে আমি সকলো জানিলো। কিন্তু আমাৰ ভুল হয় সেইখিনিতে। ধৰ্ম্মই স্থূল জগতৰ বিষয়ে যে বিশিষ্ট। ধৰ্ম্মৰ শিক্ষাত আধ্যাত্মিক আৰু প্রাকৃতিক দুইটা জগতৰ সান-মিহলি। অনেকে বাইবেলৰ পৰা অলৌকিক অংশক কুসংস্কাৰ বুলি দলিয়াই পেলাব খোজে, কিন্তু বাস্তৱিকতে সি এনেকুৱা নহয়। আত্মাই স্কুলৰ আশ্রয় গ্রহণ কৰি প্রকাশিত হয়। এইবোৰ কাল্পনিক নহয়। আধ্যাত্মিক জগতৰ অৱস্থা অসম্ভৱ নহয়। স্থান আৰু কাল কি বস্তু নেজানো। এই পৃথিৱীৰ ওপৰত থাকি আমি যি শিকিছো বা জানিছে সি অতি সামান্য বস্তু। আমাৰ স্থূল জগতৰ বাহিৰে সূক্ষ্ম বা আধ্যাত্মিক জগত থকাৰ যদি আমি ভালকৈ প্রমাণ পাওঁ তেন্তে আমি সেইটো মানি লোৱা উচিত। মই কওঁ যে সেই জগত আছে। কিন্তু সেই বিষয়ৰ অস্তিত্ব আমি মনি ল’বলৈ প্রস্তুত নহ’লে সি বলেৰে আমাক মনাবলৈ নাহে। সেই জগতৰ পৰা আমি সহায় লবৰ ইচ্ছা কৰাটোৰ মানেই প্রার্থনা (prayer)। সকলো ধৰ্ম্মৰ পাতনিত এই আধ্যাত্মিক জগতৰ অস্তিত্ব স্বীকাৰ। বয়সিয়াল ডাঙৰ মানুহৰ ওচৰত লম্বাই সহায় বিচাৰি হাত পতাৰ নামেই প্রার্থনা৷ লৰাই তৰ্ক-বিতর্ক বা বিচাৰ-বিবেচনা নকৰে; মাথোন খোজে। आशांशिक खाउन खझबज्र शस्त्र अनि अिन " পজিব লগিব। কোনটো টান কোনটাে উজু এই বিখন আমাৰ জ্ঞান নিচেই কম। বলেৰে বাক্য কৰিবৰ " ನ್ದಿ | ಬ್ಲ್ ಆಗಿತ * * এই বিশ্বৰ দয়ালগৰাকীৰ ওপৰত আমাৰ দুখ আৰু " স্বাৰাই আমাৰ গলগণকব। এই বিশ্বসংসাৰত "
পৃষ্ঠা:কাহুদি আৰু খাৰলি (Kahudi aru Kharali.pdf/৮০
অৱয়ব