“লগে স্বৰ্গে নিলা সবে আযোধ্যা নগরী" – কাৰণ তেওঁ জনছিল যে এই পৃথিৱীত আকোৰগজালি মানুহৰ আটক নাই যিসকলে তেওঁৰ অবিহনেও তেওঁৰ অযোধ্যা নগৰখনকে সেই আগৰদৰে পাবলৈ নিবিচাৰি নেৰে গছ নিমিত্তে তেওঁ তাক লগতে লৈ গৈ তাৰ মুদাকে মাৰি থ'লে এই "মোক নুছুবি" ৰোগ হিন্দুসমাজৰ গাৰপৰা যিমানে শীঘ্ৰে পৰা যায় গুচাবলৈ সকলো হয়ে তে যি ব্যাখ্যা কৰে কৰক, কিন্তু হে হিন্দু। ವ್ಲಿ````` তত তোমাক পীড়িব। এতেকে quick! quick!! + + + আগৰ কালৰ হিন্দুসমাজত এই বিষম ব্যাধি নাছিল। সেই কালত আৱশ্যক মতে পৰিৱৰ্ত্তন হিন্দুসমাজৰ প্রাণ আছিল। শকবোৰক হিন্দুৱে হিন্দু কৰি সমাজৰ অঙ্গীভূত কৰি লৈছিল। একেবাৰেই “গৰম গৰম” বিদেশী চনবোৰ হিন্দুসমাজৰ ভিতৰত নিকপকপীয়াকৈ সোমাই পৰিছিল। মাথোন মুছলমানসকলহে এই কৰাৰ ব্যতিক্রম। তাৰ অৱশ্যে কাৰণো আছে। মুছলমানে নিজৰ ধৰ্ম্ম আৰু সমাজৰ বিধিবিধান বলেৰে হিন্দুৰ মাজত সুমাবলৈ গৈছিল। হিন্দুৱে সেইদেখি বাধ্য হৈ আত্মৰক্ষাৰ নিমিত্তে নিজৰ ধৰ্ম্ম আৰু সমাজত নানা বেৰ-চকোৱা দিব লগীয়াত পৰিছিল। কিন্তু বজাইৰ কথা, সেই অৱস্থাৰ নিমিত্তে আৱশ্যকীয় সেই বৰ-চকোৱাবোৰ কালক্ৰমত ইটাৰ পকী গৰ আৰু ড়ের নোহোৱা গৰখাৱৈ হৈ পৰিল আৰু আজিও সেইদৰেই আছে মূল বেমাৰ গ’ল, কিন্তু চোকা দৰবৰ উপসৰ্গবোৰ হিন্দুসমাজৰ মূৰ আচন্দ্ৰই কৰি গা থৰকবৰক লগাব লাগিছে। যুঁজ জিকিবলৈ লগুণ একোডাল পিন্ধাই পতা জাল বামুণবোৰ যুঁজৰ অন্তত দেখোন বেঁকা হৈ বহিল – বামুণকো মাৰে। + + + এইবোৰ যি হওক, এতিয়া কথা হৈছে যে " জন্মগত স্বল্প জাতীয় কিবা এটা দিব খোজোতা " বা নোখোজাতাসকলে আমাৰ এই ”নুছুবি-নুছুবি”
পৃষ্ঠা:কাহুদি আৰু খাৰলি (Kahudi aru Kharali.pdf/৬৯
অৱয়ব