সমললৈ যাওক

পৃষ্ঠা:কাহুদি আৰু খাৰলি (Kahudi aru Kharali.pdf/৬৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

_ F * S కాజా? ইয়াৰ পিছত ইজিপ্টত মাদামভs ಕîîî: ইষ্টদেৱতাসকলে তেওঁৰ ওপৰত ৰুষ্ট হৈছে। ே পুতেক মুছাই বাপেকক ক’লে সেইটাে নহয় @6ー গুলামস্থাত ইজৰেলাইটৰ ঈশ্বৰ হে ইজৰেলাইট নিমিত্তে ইজিপ্টবাসীক এনেকৈ দণ্ড দিছে। ৰজাই এই কথা শুনি পুতেকক আজ্ঞা দিলে যে ইহুদী জাতৰ ইজৰেলাইটবোৰক গোটাই লৈ পুতেকে ইজিপ্টৰপৰা ওলাই গৈ অনেক দূৰৈত সিহঁতেৰে সৈতে ৰাজ্য এখন পাতি সিহতৰ ৰজা হৈ থাকক। মুছাই এই আজ্ঞা পাই ইহুদী . ক’লে তেওঁলোকৰ ঈশ্বৰৰ অনুগ্ৰহত মুছাই সিহঁতক উদ্ধাৰ কৰিলে। - লৈ ইজিপ্টৰপৰা ওলাই গ’ল। মুছাই সিহঁতক ঈছাৰ ১৩ বছৰ বয়স হ’ল। ইজৰেলাইটৰ নিয়ম মতে তেওঁ সেই বয়সত বিয়া কৰাব পায়। ঈছাৰ বাপেক-মাক বন-বাৰী কৰি খোৱা দুখীয়া মানুহ ঈছাই সেই সময়ত ঈশ্বৰৰ বিষয়ে ভালকৈ কথাবাৰ্ত্তা ক’ব পাৰিছিল। তেওঁৰ সেই কথা-বাৰ্ত্তা শুনিবলৈ, আৰু পাৰিলে তেওঁক জোঁৱায়েক কৰিবলৈ সৰু-বৰ অনেক মানুহ আহি ঈছাৰ বাপেকৰ বহাত দিনৌ গোট খাইছিলহি। এনতে এদিন ঈছাই মনে মনে ঘৰ এৰি পলাই কিছুমান সাউদেৰে সৈতে ভাৰতৰ সিন্ধু প্ৰদেশৰ শুনি ঈশ্বৰ জ্ঞান সম্পর্কে আৰু ভালকৈ পুৰঠ হ'ব পাৰে। চৈধ্য বছৰ বয়সত ঈছাই সিন্ধু প্ৰদেশৰ পৰা আৰু সিফালে গৈ আৰ্যসকলৰ লগত থাকি পালি ভাষা শিকি বৌদ্ধ-শাস্তুবোৰ পঢ়িলে৷ তাৰ পৰা ছবছৰৰ ভিতৰত ঈছাৰ শাস্ত্রজ্ঞান পূর্ণ হ’ল, আৰু তেওঁ বৌদ্ধ-শাস্ত্র ব্যাখ্যা কৰিব পৰা হ’ল। তেওঁ তাৰ পিছত নেপাল এৰি হিমালয়েদি ৰাজপুতনা পাই লাহে লাহে পশ্চিমফালে মানুহৰ মাজত ধৰ্ম্ম প্রচাৰ কৰি যাবলৈ ধৰিলে। ইয়াৰ খ্যাতি ওচৰচুবুৰীয়া প্রদেশবোৰত ব্যাপ্ত হ’বলৈ ধৰিলে। যেতিয়া তেওঁ পাৰস্য পালেগৈ, পাৰস্যৰ ধৰ্ম্মযাজকসকল তেওঁলোকৰ ধৰ্ম্ম-প্ৰচাৰত ব্যাঘাতৰ ভয় কৰি পাৰস্যবাসীক ঈছাৰ কথা নুশুনিবলৈ ক’লে, কিন্তু পাৰস্যৰ গাঁৱলীয়া মানুহে ঈছাক সমাদৰ কৰি তেওঁৰ মুখৰ পৰা ধৰ্ম্মকথা শুনিবলৈ লাগিল।