o যাতে বঢ়াব পাৰে, আৰু যাতে নিজে সেই শক্তিৰ এa. কোনো সমস্যাৰ মীমাংসাত উপস্থিত হ'ব **, ു o সমস্যাৰ অবস্থাত ছাতৰক পেলাই দিয়া উচিত। aেnd অকৰ্ত্তব্য এইটো ছাতৰক নিজে উলিয়াবলৈ দিলে : উপার্জিত ফল ছাতৰৰ চিৰকলীয়া সম্পত্তি হৈ বখানিক ছাতৰৰ disciplinarian অর্থাৎ কট্কটীয়া নিয়মকে শোষক হৈ ছাতৰৰ ওপৰত নিজস্ব ব্যক্তিত্ব প্ৰচাৰ আৰু প্রকাশ নকৰি, যদি selfless অর্থাৎ অহংশুনা বন্ধু হয় তেন্তে এই কার্য অতি সহজেই হয়। + + + প্রাচীন কালত ভাৰতৰ ঋষি-মুনিসকলে ওপৰত কোৱাৰ দৰে উদাৰ আৰু প্রকৃত প্রণালীত হে শিক্ষা দিছিল। “ওৰোস্তু মৌনং ব্যাখ্যানম্। শিয্যাস্ত্র ছিন্নসংশয়াঃ ।” উদাহৰণ স্বৰূপে তৈত্তিৰীয় উপনিষদত লেখা ভূত্ত বৰুণৰ সংবাদ উল্লেখ কৰিব পাৰি। ভৃগুৱে তত্ত্বজ্ঞাণী পিতাক বৰুণৰ কাষলৈ আহি তেওঁক ক’লে “অধীহি মে ভগবন ব্রহ্মেতি”। বৰুণে পুতেকৰ প্রশ্ন পোনপটীয়ে কোনো উত্তৰ নিদি, পুতেকতে সেই বিষয়ে একাগ্রভাৱে চিন্তা কৰিবলৈ ক’লে। ভৃগুৱে বাপেকৰ উপদেশ মতে একাগ্রভাৱে ধ্যান কৰি এই সিদ্ধান্তত উপস্থিত হ’ল যে "অন্নই ব্রহ্ম" বৰুণে পুতেকৰ এই সিদ্ধান্ত শুনি তেওঁক আকৌ চিন্তা কৰিবলৈ ক’লে। এইবাৰ গভীৰ চিন্তা কৰি ভৃগুৱে "প্রাণেই ব্ৰহ্ম" এই সিদ্ধান্তত ওলালগৈ। বৰুণে এই সিদ্ধান্ত শুনি আকৌ ভৃগুক আৰু চিন্ত কৰিবলৈ ক’লে৷ এইদৰে চিন্তা কৰোতে কৰোতে শেহত ভৃগুৱে "সচ্চিদানন্দই ব্রহ্ম" এই শেষ সিদ্ধান্তত উপস্থিত হ’লগৈ। + + + মূলমন্ত্র। এই শিক্ষা আমাৰ ভৱিষ্যত বংশধৰসকলে পঢ়াশালি আৰু নিজৰ ঘৰত সততে পোৱা উচিত। ল’ৰাক সম্পূর্ণ স্বাধীনতাই ধ্বংসৰ বাটলৈ নিব, এই ভয়ৰ ভেটি নাই। প্রত্যেক ছাতৰেই প্রত্যেক ল’ৰা-ছোৱালীয়েই এটা বিপুল সমাজ শৰীৰৰ লাগতিয়াল আৰু দায়িত্বপূর্ণ অঙ্গ-প্রত্যঙ্গ, এই ভাব দ-কৈ সিহঁতৰ মনত প্রকৃত কার্যক্ষেত্ৰত সিহঁতৰ
পৃষ্ঠা:কাহুদি আৰু খাৰলি (Kahudi aru Kharali.pdf/৪৮
অৱয়ব