পৃষ্ঠা:কাহুদি আৰু খাৰলি (Kahudi aru Kharali.pdf/১৪৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

হীন যন্ত্র ৰজা হলেই জাতৰজা,আৰু পিহা শক্তি তস্য মন্ত্রী হয় এইজাতখনভালকৈ লোৱাতর্তত ঘূৰামাৰিডাল আটাই পিটাই নিমজকৈ তেল দি লোৱা, দেখিবা হুৰহুৰ কৈ চলাত জাতে ক্ৰট নকৰে । কিন্তু ওপৰত যি কোৱা গ’ল সেইবোৰ এফলীয়াকৈ থৈ দি আনফালে পাশ্চাত্য হিচাপে চালেও ভাৰত “নেসান” (Nation)নহয় নে ? প্রথমতে ভূগোলৰ হিচাপমতে ভাৰতৰ চাৰিসীমা জলজলীয়া হৈ আছে। দ্বিতীয়তে ভাৰতৰ এটা Lingua franca অর্থাৎ সৰ্ব্বসাধাৰণৰ ভাষা হিন্দস্থানী বা হিন্দী আছে। তৃতীয়তে –ভাৰতৰ সৰহভাগৰ একে প্রকাৰৰ mythology অর্থাৎ পৌৰাণিক ইতিবৃত্ত সাহিত্য আৰু ধৰ্ম্মবিশ্বাস আছে। পঞ্চমতে –ভাৰত একেজন ৰজাৰ শাসনত । আগেয়েও অনেকবাৰ ভাৰত একেজন ৰাজচক্ৰবৰ্ত্তীৰ তলত শাসিত যে নহৈছিল এনে নহয়। আমেৰিকাৰ যুক্তৰাজ্যৰ (United States of America) fisänso assassiss wifo-Hosso atoff Necessity is the mother of invention. গাত বাব পৰিলেই নিজৰ সুবিধাজনক দিহা কৰিবৰ শকতি মানুহৰ গাত জন্মে। মানুহ চিৰকাল খুটি খাব নজনা ল’ৰা হৈ থকাৰ বিধান ঈশ্বৰে কৰা নাই । (S) কবিবৰ নবীনচন্দ্র সেনে তেওঁৰ আমাৰ জীৱন কিতাপত জনচেৰেক বঙ্গালী ডাঙৰ মানুহৰ বিৱৰণ এইদৰে দিছে – উভয় ভ্রাতাই (অমৃতবাজাৰৰ শিশিৰ ঘোষ আৰু মতিলাল ঘোষ) খৰ্ব্বাকৃতি বিধাতাৰ কি নিৰ্ব্বন্ধকব নোৱাৰে, একে সময়তে বঙ্গদেশত প্রধান তিনিজন মানুহ আছিল তিনিওজনেই কদাকাৰ। ঈশ্বৰচন্দ্র বিদ্যাসাগৰ, কৃষ্ণদাস পাল আৰু পাৰীচৰণ সৰকাৰ আৰু এই সময়ত (তেওঁ “আমাৰ জীবন" লেখা সময়ত) বঙ্গৰ বৰপুত্র কেউজনী খৰ্ব্বাকৃতি = শিশিৰকুমাৰ ঘোষ, মতিলাল ঘোষ, গুৰুদাস বন্দোপাধ্যায় যতীন্দ্রমোহন ঠাকুৰ। এওঁলোকৰ ভিতৰত আৰু এটা সাদৃশ্য – যে এওঁলোকৰ simple life বিলাসশন জীবন ৷ যতীন্দ্রমোহন ৰাজন প্রসাদবাসী হলেও তেওঁ যি খোটালীত গোটেইটো দিন কটায় তাত এখন পুৰণি চোফা (Sola) খনচেৰেকচকী আৰু এখন বগা মাৰ্ব্বল পাথৰৰ মেজ মাথোন