পৃষ্ঠা:কাহুদি আৰু খাৰলি (Kahudi aru Kharali.pdf/১২৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

আম্বেদকাৰবিলাতৰ ঘূৰণীয়া মেজৰ মেলত যেতিয়াকলাক প্রয়োগ কৰিমহাত্মা গান্ধীক অপমান কৰিছিল,তেতিয়ামছng আম্বেদকাৰক কৈছিল,"ধন্যবাদ তুমি মোৰ মুখত খুবই দর পাবা মই তাত বেজবনাপাওঁ,কাৰণআমাৰ পূৰ্ব্বপুৰুষসকলে তোমালোকৰ ওপৰত যি অন্যায় কৰি গৈছে তেনেহলে অপ পৰাচিত হয়।” এই উত্তৰ মহাত্মাৰ যোগ্য উত্তৰ আহোম বজাসকলৰ দিনৰপৰা (তাৰ আগল ডোখৰৰ কথা ক’ব নোৱাৰো। সম্ভৱতঃ তেনেকুৱা নাছিল।) আমাৰ গাৰ মঙহৰ মঙহ, তেজৰ তেজ, অসম আইৰ সন্তানকৈৱৰ্ত্তসকলৰ ওপৰত অপমান-অত্যাচাৰ হৈ আহিছে, সেইবোৰৰ নিমিত্তে আমি প্রত্যেকজন শিক্ষিত ন্যায়বান হিন্দুৱেইলাজত মূৰ তললৈ কব উচিত । কাৰণ আমাৰ পূৰ্ব্বপুৰুষসকলৰ অপৰাধৰ মার্জন কৈৱৰ্ত্তসকলৰ কাষত ভিক্ষা কৰি তেওঁলোকক আমি আমাৰ জাতি হ’বৰ নিমিত্তে সৰ্ব্বতোভাবে চেষ্টা কৰিছোহঁক । এনে সময়ত সত্যৰ অনুৰোধ-উপৰোধ বুলি ফপহুতা পুৰণি কথা কিছুমান ঘুটি তাৰ গেদ উলিয়াই সেই চেষ্টা পণ্ড কৰিবলৈ যোৱাটো অতি অবিবেচনাৰ কাৰ্য । এই দেখিয়েই শাস্তুত কৈছে—ন ব্রুয়াৎ সত্যমপ্রিয়ম –বাস্তৱিকতে সত্যেৰ দোহাই দি প্রত্যেক মানুহৰ ঘৰৰ বংশৰ সকলো বেয়া বা কলঙ্কৰ কথা যদি ৰটিবলৈ যোৱা যায়, তেন্তে এই পৃথিৱীত সকলোৰে সৈতে সদ্ভাৱৰ বন্ধন ৰাখি চলাটো অসম্ভৱ হৈ পৰি, পৃথিৱীখন EFFEāfst (bear-garden) z ofta সুখৰ কথা যে আমাৰ আহোমসকল স্বাভাৱতে বুৰঞ্জীভক্ত। তেওঁলোকৰ দিনত ৰজাঘৰে প্রজাঘৰে সেইদেখি বুৰঞ্জীৰ বান ডাকিছিল ৰাজা সম্পর্কে বজাঘৰৰ সম্পর্কে, ডাঙৰীয়া, ফুকন বৰুৱাসকলৰ সম্পর্কে বিৱৰণৰ বিস্তুতলিপিবদ্ধতা সেই বুৰঞ্জীবোৰত আছিল । এইদৰে বুৰঞ্জী লিখিবৰ কাৰণ আৰু এটা আছিল । তেতিয়া (Public opinion) অর্থাৎ জনমত প্ৰকাশৰ ইয়ো এটা প্রকৃষ্ট উপায় বিবেচিত হৈছিল মুখ খুলি ৰজাঘৰৰ বা আন আন ডাঙৰ লোকৰ কথা যতে-ততে ক’ব নোৱাৰি। কিন্তু সেইবোৰ কথাই মনত কেনেকৈ টিহাটহাই থাকে, মুখফুটাই কথা ক’ব খোজা প্রত্যেক মানুহেই সেইটাে অৱস্থাৰ কথা জানে। তেন্তে ? উপায় হৈছে ঘৰতে বহি বুৰঞ্জী লিখি হেপাহ পলুৱা। কোনো ডাঙৰ লোকে কিবা এটা অন্যায় বা অদ্ভুত কাৰ্য্য কৰিলে তাৰ বিষয়ে বাদ বা প্রতিবাদ একোকে