পৃষ্ঠা:কাহুদি আৰু খাৰলি (Kahudi aru Kharali.pdf/১১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

lowed." Cogo on "any further silence over such vital matters as concerned them backward as was their state, would mantheir future completely. Whether our men are pleased or displeased, we must express our real feelings" অর্থাৎ আৰু মনে মনে থকাটাে উচিত নহয়; নতুবা তিৰোতাৰ ভৱিষ্যত ভ্ৰষ্ট আমাৰ পুৰুষসকলে ভালকে পাওক বা বেয়াকে পাওক আমি আমাৰ মনৰ আচল ভাব নিৰ্ভয়ে প্রকাশ কৰিম । - আমি কওঁ, সুন্দৰ কথা । আমাকো আজিকালি ইয়াকেহে লাগে। তেওঁলোকে পুতলা লৈ উমলিবলৈ এৰক, আমিও তেওঁলোকক লৈ পুতলা নাচ নাপার্তোহক → বাঁহী, অষ্টাদশ বছৰ, দশম সংখ্যা পুহ ১৮৫৯ শক। (R>) ডাক্তৰ বিল ডুৰাণ্ট (Will Durant) আমেৰিকাৰ কলম্বিয়া বিশ্ববিদ্যালয়ৰ এজন দার্শনিক অধ্যাপক । "The Story of Philosophy". "The Mansion of Philosophy" নামেৰে দৰ্শনৰ বিষয়ে তেওঁ দুখন সুবিখ্যাত কিতাপ লেখিছে। কিতাপ দুখনৰ প্ৰচাৰ আমেৰিকাত অনেক বেছি। তেওঁ ভাৰত ভ্রমণ কৰিবলৈ আহি অলপতে উভতি গৈ আমেৰিকাত এটা বক্তৃতাত কৈছে – ভাৰতৰ মানুহ আৰু আমি একে বংশৰে । ইন্দুইউৰোপীয়। তেওঁলোকৰ মুখৰ গঢ় য়ুৰোপীয়ৰ দৰেই । খুব সম্ভৱ, পুৰণি কালত ইন্দু-যুৰোপীয় জাতৰ মানুহৰ ঘাই ঘৰ ভাৰতবৰ্ষই আছিল।সংস্কৃত ভাষা নিশ্চয়সকলোবোৰ য়ুৰোপীয় ভাষাৰ গুৰি ভাৰতবৰআমৰভাষৰজননী আমাৰদৰ্শনশাস্ত্র আৰু অঙ্ক শাস্ত্ৰৰ জননী। ভাৰতৰ গ্ৰাম্য পঞ্চায়ং (village community) আমাৰ গণতন্ত্র প্রজাতন্ত্রৰ আদি ভাৰতমাতা সচাকৈয়ে সকলোৰে মাতা । ". সভ্যতাৰ বয়স ৫০০০ বছৰ। সম্প্রতি মোহনদাজিৰোত মাটি খানি যিবোৰ বস্তু দেখা পোৱা গৈছে সিয়েই খৃষ্টপূৰ্ব্ব ৩০০০ বছৰৰ ভাৰতীয় সভ্যতা প্রকাশ