পৃষ্ঠা:কাহুদি আৰু খাৰলি (Kahudi aru Kharali.pdf/১১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

আৰুতাতেতন্ত্র মন্ত্ৰ,জপ,যন্ত্ৰ আৰু যোনিপূজাৰপ্ৰচাৰসৰহকৈ হৈছিল । তান্ত্ৰিকসকলৰ তিনি, চাৰি বা পাঁচজন গোটখাই মাজনিশাশক্তিৰ মন্দিৰত যুৱতী ছোৱালীক দেীৰমূৰ্ত্তিম্বৰূপে তেওঁলোকে গোপনে পূজা কৰিছিল আৰু এতিয়াও কৰে । তেওঁলোকৰ সাধন-ভজন, আচাৰ-ব্যৱহাৰ আৰু পদ্ধতিবোৰ অতি গোপনীয় পঞ্চমকাৰ তেওঁলোকৰ পূজাৰ আহিলাপতি। শ্ৰীযুত বিঠলভাই পেটেলে, এঠাইত ছাতৰৰ সভাত বক্তৃতা দিওঁতে কৈছিল – “I want you to fight the devil of communalism. You hear of self-respect movements. Well, then, I tell you a propaganda of hatred is no movement of self-respect. Any movement, that makes you out to be a backward community and therefore must be helped by favours, is no movement of self-respect, buta movement ofself degradation. Letus be ashamed of having anything that we do not deserve ashamed of having anything except by our own merit." ইয়াৰ মানে, মই বিচাৰো, যে সাম্প্রদায়িকতা নামৰ ভূতেৰে সৈতে তোমালোকে যুদ্ধ কৰা । পৰৰ প্রতি বিদ্বেষৰ আন্দোলন আত্মসন্মানসূচক নহয় । যি নিজৰ সম্প্রদায়ক পিছপৰা বুলি লোকৰপৰা অনুগ্রহ বিচাৰে,সি আপোনাক নীহ হে কৰে । যিটো পাবৰ আমাৰ যোগ্যতা নাই সেইটো লোকৰপৰা ভিক্ষাস্বৰূপে লোৱাটো লাজৰ কথা, নিজৰ যোগ্যতাৰ বলেৰে লোৱাটোহে পৌৰুষ । +: -k -k এলাহাবাদত মছলেম মহিলাসকলৰ এখন সভা হৈছিল। তাৰ সভানেত্রী মিছেছ আব্দুলাই তেওঁৰ বক্তৃতাত কৈছিল-তিৰোতাই আজিলৈকে মন খুলি কথা ক’ব নোৱাৰে, * * *** "They apprehended that a frankeypression of their viewson subjects that concerned them was likely to displease their husbands and the displeasure might cost them even the little freedom that they were now al