পৃষ্ঠা:কাহুদি আৰু খাৰলি (Kahudi aru Kharali.pdf/১১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পৰস্পৰে জানিলে অজ্ঞানৰপৰা ওপজা হিংসা-বিদ্বেষ লোপ নিশ্চয় পাব । + - + ডাক্তৰ ছৈয়দ মামুদ, মৌলবী মাকি আৰু আন আন মুখিয়াল মুছলমানসকলৰ উদ্যোগত চাপৰাত টাউন হলত শ্ৰীকৃষ্ণৰ জন্মাষ্টমীৰ দিনা ডাঙৰ সভা হৈছিল। মৌলবী মাকি সেই সভাৰ সভাপতি আছিল । এজন মুছলমানে বাহী বজাইছিল। মৌলবী মুছি ৰেজাইকৃষ্ণৰ জীৱনীৰ বিষয়ে কবিতা পাঠ কৰিছিল আৰু মৌলবী আলিয়ে শ্রীকৃষ্ণৰ জীৱনী আৰু শিক্ষাৰ বিষয়ে গবেষণাপূর্ণ বক্তৃতা দিছিল । আৰু অনেক গণ্যমান্য হিন্দু-মুছলমানে এই সভাত বক্তৃতা দিছিল। হিন্দুৱেও ইয়াৰ অলপ আগতে মহম্মদৰ জন্মদিন উৎসৱ কৰিছিল। কি সুন্দৰ দৃশ্য । + + + ইংলণ্ডৰ “হাউছ অব লর্ডছ” অৰ ছিলেক্ট কমিটিত হোম অফিছৰ এছিষ্টেণ্ট ছেক্ৰেটৰী মিষ্টাৰ এছ-ডবলিউহৰিছে কৈছিল – "The age of marriage in Great Britain compares unfavourably with that in may other countries and surprise has been expressed that Great Britain and her Dominions have been content with it." Replying to the Bishop of Southwork Mr. Harris said that about 65 per cent of the marriages of girls at 15 years of age took place because a child was expected." ইয়াৰ চমু মানে, বিলাতত ছোৱালীৰ বিবাহৰ বয়স আন আন দেশৰ ছোৱালীৰ বিবাহৰ বয়সেৰে ৰিজালে সন্তোষজনক নেদেখি । এশজনীৰ ভিতৰত ৬৫ জনীৰ ১৫ বছৰ বয়সতবিয়াহোৱাৰকৰণসিহঁততাৰ আগতে সন্তানসম্ভৱ হৈ পৰাটো পৰৰ ছিদ্র বিচৰা মিছমেয়েই এই কথা কি কয়? ৫০,০০০ হেজাৰ অশিক্ষিত মানুহক লেখা পা শিকায় । কলিকতা আৰু কলিকতাৰ "বৰ্ব্বত ৩৭.০৭° * ছাতৰ আৰু ১৫,০০০ কলেজৰ ছাতৰ আছে এইবোৰৰ