পৃষ্ঠা:কাহুদি আৰু খাৰলি (Kahudi aru Kharali.pdf/১০৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

should do after winning freedom while they were actually neglecting the fight which was more important. Minor differences between the Hindus and Muslims could be settled after the fight was won. He asked the audience to bear in mind the example of other free nations and renew the struggle for freedom in the same spirit. The question of minority and majority existed in every country. Egypt and other countries had to tackle this problem, but they were concentrating more the battle for freedom than in quarreling over differences between the majority and the minority. When we have obtained Dominised Status we can rely on the good sensetive both communities to settle their difference in an amicable way." ইয়াৰ চমুকৈ মানে—হিন্দুমুছলমান দুয়োজনা উচিত যেকংগ্ৰেছৰদ্বাৰাই হে তেওঁলোকৰ মুক্তি বৰ দুখৰ কথা যে মুক্তিৰ পিছত কোনে কি বাব ল’ব, তাৰ বিষয়ে দুয়ো এতিয়া দ্বন্দ কৰি আচল কামলৈ হেলা কৰিছে ৷ যুঁজৰ পিছতো সেই ক্ষুদ্রবিষয়বোৰৰ মীমৎসাহব পাৰে। পৃথিৱীৰ আন আন মুক্ত জাতিবোৰলৈ তেওঁ চকু ৰাখি সেইবোৰ আৰ্হি লৈ চলিবলৈ কয় সকলো দেশতে বিভিন্ন ধৰ্ম্মাৱলম্বীৰ সবহ-তাকৰৰ সমস্যা আছে । ইজিপ্টতো আছে । কিন্তু সেইবোৰে সেই কথাপিছলৈ থৈ আচল কথাত মনোনিবেশ কৰিছে। ডমিনিয়ন ষ্টেটছ লাভৰ পিছতো হিন্দু-মুছলমান দুয়ো পৰস্পৰৰ বিচনীৰ ওপৰত ক্ষুদ্র অনৈক্যবোৰৰ মীমাংসাৰ নিমিত্তে নিৰ্ভৰ কৰিব পাৰে। - + + খাজা ছেননিজামিকআমাৰ আদাব । তেওঁ নিজে গৰ মুছলমান নিজৰ মুছলমান ভাইসকলক তেওঁ উপদেশ দছে যাতে শ্ৰীকৃষ্ণৰ জন্মাষ্টমীৰ দিনা গো-বধ কৰা নহয় । তেওঁলোকক কৈছে যেন তেওঁলোকে শ্ৰীকৃষ্ণৰ জীৱনৰ শিক্ষা করে গত কথাবোৰ জানি লয়, আৰু শ্ৰীমদ্ভগবত na ay শর স্বাগ যে হিন্দুৱেও মহম্মদৰ জীবনী আৰু S YB BB BBBB BBBB BBS