পৃষ্ঠা:কাহুদি আৰু খাৰলি (Kahudi aru Kharali.pdf/১০৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বি,এ পৰীক্ষাত কুমাৰী লীলা ৰায় নামেৰে এজনী ছোৱালী সৰ্ব্বপ্রথম হৈছে । পুৰণি কালৰ বিদুষী গাগী, মৈত্রেয়ী, খনা, লীলাবজীৰ কথা নকওৱেই । - - - সামাজিক বিধি-ব্যৱস্থা সমাজৰ অৱস্থা অনুসৰি কৰা হয় সমাজ কেতিয়াও চিৰকাল একে অৱস্থাতে নাথাকে আৰু থাকিব নোৱাৰেও । সেইদেখি বিধি-ব্যৱস্থাবোৰৰো পৰিবৰ্ত্তন অৱশ্যম্ভাবী। যদি ব্যৱস্থাবোৰৰ পৰিবৰ্ত্তন বা তাৰ নতুনতাঙ্গৰণ কৰা নাযায়, তেনেহ’লে সমাজ এফালে যাব, আৰু বিধি-ব্যৱস্থা কৰবাতে পৰি থাকিব । বিধি-ব্যৱস্থালৈ বট চাই সমাজ বহি নাথাকে। পুৰণি পঘা ডালচেৰেকেৰে চেঙা গৰু বান্ধি ৰাখিবলৈ গ’লে ছিগা পঘা গোহালিতে পৰি থাকিব, আৰু সিফালে গৰু গৈ গোটেইখন চহৰ ঘূৰি আহি বাৰীৰ শাকনিবাৰীত সোমাইশাক খাই যে উদং কৰিব,এইটো ধ্ৰুপ কথা। সেইদেখি এইটোহে চাব লাগে যে পঘা সময় বুজি সলৱৰ হৈছেনে নাই। ঘাই বস্তু গৰুহে পঘা নহয়। যি প্ৰণিস্থতিশাস্ত্রব আনব্যৱস্থশাস্ত্রৰনিয়ম-কাৰণকেসাৰোগত কৰিবৰ্দ্ধিকু সমাজৰ ফালে চকু মুদে, আৰু তাক সেই জীর্ণ নিয়মবোৰেৰে সদায় বান্ধি ৰাখিবলৈ চেষ্টা কৰে,সি পঘাকেহে আচলবস্তুবুলি ভাবে, গৰুক নহয় । একালত ভাৰতীয় সমাজক বৈদিকক্রিয়াকাণ্ডৰবিধি বিধানবান্ধিথৈছিল। সেইবান্ধঢ়িলা-সোলোকা হলত পিছৰ ব্যৱস্থাপকসকলে পুৰণি বিধানৰ জৰীৰে আকৌ যেতিয়া বান্ধিবলৈ গৈছিল, বদ্ধিষ্ণু সমাজ তেতিয়া তলে তলে তাৰ পৰা এৰাই অনেক দূৰ পাইছিলগৈ। সেইদেখি বুদ্ধই সেই সময়ৰ সেই সমাজ শৰীৰক তেওঁৰ ন বিধি বিধানৰ জৰীৰে ইমানসহজবাব পাৰিছিল বুদ্ধ সেইসময়ৰ সেইভাৰতীয় সমাজৰ মুখপাত্তমাথোন বুদ্ধইনজৰীৰেবন্ধ সেইসমাজৰ শৰীৰ কালক্ৰমত যেতিয়া আকৌ বাঢ়ি উঠিল, তেওঁৰ তালা ব্যবস্থাপকসকলৰ হাতত তেতিয়া মাথোন বুদ্ধই । সেই পুৰণিজকৰ্ম্মণাজৰীকেইডাল আছিল। সেইদেখি তা জপা পৃষ্ঠায় অষ্টম আৰু নৱম শতিকাত কুমৰিল চাইগোলক-ঢোলোকসমাজকনজৰীৰে அனைத்து সমাজক পুনৰায় আবদ্ধ কৰিলেহেঁতেন "