পৃষ্ঠা:কাহুদি আৰু খাৰলি (Kahudi aru Kharali.pdf/১০২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

আমাক তেনেকুৱা ক্ষমতা দি চর্জিলেহেঁতেন । এতেকে বেলুনত উঠি উৰি ফুৰা মানুহৰ শাস্তি মৃত্যুদণ্ড হোৱা উচিত।" +---- এসময়ত বিলাতত মানুহপিয়লো (census) পাপৰ কাৰ্য বুলিবিবেচিতহৈছিল কাৰণপূৰণিবইবেলত ডেভিড়ৰ তেনে কাৰ্য্যৰ নিমিত্তে জলা-কলা হোৱাৰ কথা লিখা আছে। ১৭৫৩ খৃষ্টাব্দত মিষ্টৰ পটৰ (Potter) নামেৰে পালেমেণ্টৰ মেম্বৰ এজনে পালেমেণ্টত ছেঞ্চছ বিল এখন পেচ কৰে । তাৰ বিৰুদ্ধে পালেমেন্টত দুৰ্ঘোৰ প্রতিবাদৰ ধুমুহা উঠিছিল। শেহত হাউছ অৱ কমন্সত বিলখন ‘পাছহৈছিল যদিও,হাউছ অৱ লর্ডছে সেইখন দলিয়াই পেলালে। অষ্টাদশ শতিকাৰ শেহতহে এনে আইন আকৌ পালেমেণ্টত তোলা হৈছিল । শস্যৰ তুহ পতান জৰা কল প্রথমতে যেতিয়া ওলায়, গোৰা খৃষ্টানসকলে তাৰ বিপক্ষেও কঁকালত কাপোৰবান্ধিউঠিছিল। কাৰণ ই হেনো বাইবেলৰ বচনৰ বিৰুদ্ধ ৷ বাইবেলত লেখা *ICE"The wind bloweth where it lisleth." KRRs বজ্ৰ নপৰিবলৈ যুগুত কৰা লাইটনিং কণ্ডক্টৰ (Lightning conductor) ১৭৫২ খৃষ্টাব্দত বেঞ্জামিন ফ্ৰেঙ্কলিনে উলিয়ায়। পাদুৰীসকল ইয়াৰ বিপক্ষে থিয় দিচিয়ৰ-বাখৰ লগালে“ইয়াৰ বাবে ভুইকঁপ ঘনে ঘনে হৈ দেশ ছাৰখাৰ হ’ব । ছপা যন্ত্রৰ বিৰুদ্ধেও খৃষ্টান পাদুৰীয়ে কম কৰিবলৈ এৰা নাছিল। তেওঁলোকৰ মতে ই ধৰ্ম্মবিৰুদ্ধে ব্রেক আর্ট অর্থাৎ যাদু বা খেতৰূসাইজ। - + + + o o -- আজিকালিইউৰোপীয়সকলে "খান"খাওঁতে কটা’ (fork)নহ’লে নচলেই কিন্তু এসময়তযুৰোপৰ অনেক ঠাইত ঈশ্বৰদত্ত আঙুলিৰে আহাৰত্নলিনাখাই কটাব্যৱহাৰ কৰাটোক ঈশ্বৰক অপমানকৰাবুলিবিবেচিতহৈছিল ঘাইকৈ জাৰ্ম্মানিত সৰ্ব্বসাধাৰণৰ মাজত এনে ভাব প্রচলিত আছিল। বিখ্যাত জন ৱেছলিয়ে (John Wesley) কৈছিল, যে চাহ খোৱাটোৱেই সকলো আপদৰ গুৰি। জিয়াচলিফ প্রথমতে লুচিফৰ(Lucifer) বোলা হৈছিল,এইদৰে যে চৈতনৰ এটা माझ बृझिबज्राक३छामबाश् सिभ ... देिभत्र • নবেম্বৰৰ বাৰ্ম্মিংহাম গেজেট” নামৰ কাকতত ইংলণ্ডত SZY SZZS S BBBS BB 量**