পৃষ্ঠা:কাশ্মীৰ কুমাৰী.pdf/৭৭

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৭২ কাশ্মীৰ কুমাৰী [ ৪র্থ অ-~ম * বিজয়-তােৰ বশ্যতা। দেশদ্রোহীৰ বশ্যতা! পিতৃন্দ। বশ্যতা! বিশ্বসিংহৰ পদলেহী কুক্কৰ। অনন্ত-সাৱধনি বিয়সিংহ। বিজয় —অস্ত্র ল নৰাধম। অন-উত্তম। [ বুদ্ধ। বিজসিংহৰ তৰােৱাল ভাগি পৰি যায় ] বিজয়-মই নিৰস্ত্র ! অস্ত্র দে, অস্ত্র দে। অনন্ত—অস্ত্র লাগে ? অস্ত্র লাগে বিজয়সিংহ ? হাঃ হাঃ হাঃ [ অনঙ্গ প্রবেশ ] অনঙ্গ-সূর্যসিংহ বন্দী, শত্রু সৈন্য ছত্রভঙ্গ! অনন্ত, হাঃ হা হা [ নেপথ্যত জয়, কাশ্মীব জয়, জয় বিজয়সিংহৰ জয় ] অনন্ত, আত্মসমর্পণ কৰা। অনন্ত -অনন্তই আত্মসমর্পণ নকৰে। অন-নকৰে ? তেন্তে আত্মৰক্ষা কৰাঁ। [ যুদ্ধ ] অনন্ত -[ ক্ষন্তেক যুদ্ধ কৰি অস্ত্র পেলাই দি ] আৰু নকৰাে। অনঙ্গ—আৰু যুদ্ধ নকৰাে! হাঃ হাঃ হাঃ। সৈনিক। [ দুটা সৈন্ত আহি অনক বনী কৰে।