৪র্থ অ-৭ম ] কাশ্মীৰ কুমাৰী ৭১ . [ যুদ্ধ ; পাচফালৰ পৰা অনন্তই প্রতাপক অাঘাত কৰেহি! প্রতাপ পৰি যায় । এভপি কোন-মৰাধম—মোক- অনন্ত- সেই নৰাধম অন । ভূতপূর্ব বন্ধুবৰ প্ৰভাপসিংহ, আকৌ এবাৰ কোৱা, অনন্ত কাশ্মীৰৰ কলঙ্ক ! হাঃ হাঃ হাঃ। প্রতাপ- কাশ্মীৰ-আই–মােৰ [ মৃত্যু } সূৰ্য্য মন্ত্রীপুত্র, যেতিয়ালৈকে যুবৰাজক হত্যা কৰিব নােৱাৰে, যুদ্ধ জয়ৰ আশা নাই। আহক দুয়াে একে লগে অনত্মক আক্রমণ কৰে। [ দুইটে প্রস্থান ] [ বিপৰীত ফালৰ পৰা বিজয়সিংহ প্রবেশ ] বিজয়- [ ক্ষকে গহীন হৈ ৰীৰেন্দ্ৰ আৰু প্ৰতাপৰ মৃতদেহৰ ফালে চাই থাকি গম্ভীৰ সুৰেৰে ] আত্মাৰ সৰগতিৰ কাৰণে ঈশ্বৰৰ ওচৰত প্রার্থনা জনাবলৈ, সমাধি-ভূমিত বন্তি জলাবলৈ আজি সময় নাই। যােৱ। বীৰ যােৱ। বন্ধুসকল, স্বর্গপথৰ যাত্রী তােমালােক, মন্দাকিনীৰ পাৰত বিভু-ৱনাৰ অধিকাৰী। [ হুমূনীয়া কাঢ়ে] [ অনন্ত প্রবেশ ] • অনন্ত কাশ্মীৰাধিপতি, নির্বাসিত অনন্ত কাশ্মীৰত পদার্পণ কৰিছেহি। শাভি দিয়ক। বিজয়-সেই শক্তি আজি মােৰ নাই অনন্ত। অন-নাই ? হাঃ হাঃ হাঃ, 068 মহাৰাজ বতা স্বীকাৰ কৰক।