পৃষ্ঠা:কাশ্মীৰ কুমাৰী.pdf/৬৯

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই



৬৪ কাশ্মীৰ কুমাৰী ৪ৰ্থ অ-৪থ দৃ _ প্ৰতাপ অকল সৌভাগ্যই নহয়; গৌৰবৰো কথা। অনঙ্গ— তেৰুে আৰু কাল ক্ষয় কৰাৰ সময় নাই। শত্ৰু | সৈন্য কাশ্মীৰ সীমান্তত ভৰি দিও দিও। আহক সেনাপতি আঢ়ৈ লক্ষ ভাৰতবাসী লৈ মহাৰাজ বিশ্বসিংহক মহাপাপৰ পৰা নিৰস্ত কৰো, জগতৰ পুণ্যক্ষেত্ৰ কামৰূপৰ চিৰস্তুন ধৰিক্ষা কৰে। [ প্ৰস্থান ] প্ৰতাপ আদেশ দিয়ক মহাৰ্জ। বিজয়- যোৱা সেনাপতি, সৰ্বান্তঃকৰণে আদেশ দিছে। [ অভিবাদন কৰি প্ৰতাপৰ প্ৰস্থান ] [ নিজে নিজে ] কমলাৰ বিবাহ, কাশ্মীৰ কুমাৰী কমলাৰ বিবাহ প্ৰজাপতি প্ৰবঞ্চনা, আৰু বিশ্বসিংহৰ নৃশংসতা, অনন্তৰ ষড়যন্ত্ৰ, কামৰূপৰ ধৰক্ষা, কাশ্মীৰৰ স্বাধীনতা নিয়তিৰ অদ্ভূত কল্পনা। [ প্ৰস্থান] - - ০ - - -