পৃষ্ঠা:কাশ্মীৰ কুমাৰী.pdf/৬

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কাশ্মীৰ কুমাৰী

প্ৰথম অঙ্ক।

১ম দৃশ্য—কাশ্মীৰ ৰাজপ্ৰসাদ ৰুষ

(বিজয়সিংহ আৰু বতু কথা পাতি সোমাই আছে) বিজয় —আই, সেই বিষয়ে ময়ো নিশ্চিন্ত হৈ থকা নাই . ভাৰতৰ ইমূৰৰ পৰা সিমূৰলৈকে দূত পঠাই কমলাৰ যোগ্য•বৰ বিচাৰিলে। কিন্তু তাইৰ উপযুক্ত পাত্ৰ আজিও নেপালো। ৰত্না—কিয়, প্ৰাগজ্যোতিষৰ যুৰাজ? বিজয়-প্ৰোগজ্যোতিষৰ যুবৰাজ একমাত্ৰ কমলাৰ উপযুক্ত সঁচা; কিন্তু আই, পিতৃশত্ৰুৰ হাতত কমলাক অৰ্পণ কৰা অসম্ভৱ। ৰত্নতন্তে উপায় কি হ’ব বিজয়? বিজয় - কাশ্মীৰ কুমাৰী কমলাৰ কাৰণে ভাৰতবৰ্ষত পত্ৰিশূন্য এই কলঙ্কই কাশ্মীৰক স্পৰ্শ নকৰে, কৰিব ভাৰতবৰ্ষক! সেইবুলি নিচেষ্ট হৈ নেথাকো আই, যিমান সোনকালে পাৰে। ইয়াৰ এটা উপায় কৰিম।