৫3 কাশ্মীব কুমাৰী [ ৪ৰ্ধ অ—১ম দৃ। | বিজয়সিংহক উত্তেজিত কৰি, বিনা কাৰণত মোক ৰাজ্যৰ পৰা নিৰ্ব্বাসিত কৰিছে মহাৰাজ। বি—তেন্তে তুমি কাশ্মীৰৰ সপক্ষে যুদ্ধ কৰা নাছিল? অনন্ত- নাই কৰা মহাৰাজ। যুদ্ৰাজৰ লগত যোগ হৈ কাশ্মীৰৰ বিপক্ষে যুদ্ধ কৰিব খুজিছিলো, কিন্তু যুবৰাঞ্জ সম্মত নহৈ মোক মাত্ৰ তিৰস্কাৰহে কৰিলে॥ সূৰ্য- সঁচা কথা মহাৰাজ। মন্ত্ৰীপুত্ৰক তিৰস্কাৰ কৰি শিবিৰৰ | পৰা বাজ কৰি দিলে। বিশ্ব-ভূমি মন্ত্ৰীপুত্ৰ। অনন্ত-হয় মহাৰাজ। বিশ্ব-[ খং উঠি ] সূৰ্যসিংহ মন্ত্ৰীপুত্ৰৰ শিকলি খুলি দিয়া, | আৰু এই মূহুৰ্ততে অনঙ্গক মাতি আনা! মন্ত্ৰী[ সূৰ্যসিংহই অনন্তৰ শিকলি খুলি দি সৈনিকৰ সৈতে প্ৰস্থান কৰে। চন্দ্ৰ- মহাৰাজ। বিশ্ব- [ খঙেৰে ] প্ৰাগজ্যোতিষৰ সিংহাসনত বহি মই ৰা | শাসন কৰিছোনে, নাই শিশুৰ দৰে মাটিত বাগৰি ধূলি। বালিৰ পুতলা গঢ়িছো! মন্ত্ৰী- [ সভয়ে ] ৰাজ্যশসিম কৰিঙ্গে মহাজ। [ অনঙ্গ আৰু সুৰ্যসিংহৰ প্ৰবেশ ] বিশ্ব - অনঙ্গ। অনঙ্গ পিতা॥ বি- বিজয়সিংহ আৰু কমলক বন্দী কৰি অনা নই