পৃষ্ঠা:কাশ্মীৰ কুমাৰী.pdf/৪৯

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই



৪৪ কাশ্মীৰ কুমাৰী [ ৩য় অ—১ম দৃ প্ৰতাপ—ব’লা বসন্তু, বৰ্ষাৰ উত্তালময়ী তৰঙ্গৰ দৰে প্ৰলয়ৰ ভীম প্ৰভঞ্জনৰ দৰে, সপ্তবজ্ৰ সন্মিলিত মহাশক্তিৰ দৰে। কালাম্ভক মূৰ্তি ধৰি শত্ৰুৰ ওপৰত জপিয়াই পৰে॥ সৈন্যসকল, আগবাঢ়া। [ তৰোৱাল খোল। [ গীত গাই সৈন্যৰ প্ৰবেশ। বসন্তই ৰোৱা খুলি সৈন্যৰ আগে অগে যায়। প্ৰতাপে খোলা তৰোৱাল লৈ ৰজাৰ কাষত থাকে। -গীত-- পৱন বেগে অহিক আহে তীক্ষ্ণ অসিৰ ঝনঝনি গগন ভেদি উঠক উঠে শত্ৰু সেনাৰ দুৰ্য্যবান। স্বাধীনতাৰ ভক্ত আমি মাতৃভূমিত মৃত্যু কামী মাতৃভূমি স্বৰ্গ আমাৰ জন্মভূমি শিৰৰ মণ। [ গীত গাই গাই বৰ লগত সৈন্যৰ প্ৰস্থান ] প্ৰতাপ-[ তৰোৱাল ৰজাৰ ভৰিত থৈ আঠুকাঢ়ি ] মহাৰাজ বিজয়— তুলি দি ] যোৱা বন্ধু, তোমাৰ জয় নিশ্চিত। | [ দুইৰৰ দুফালে প্ৰস্থান ], =-=০ X ০ -- -