পৃষ্ঠা:কাশ্মীৰ কুমাৰী.pdf/৪৭

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই



তৃতীয় অঙ্ক। ১ম দৃশ্য-কাশ্মীৰ সৈন্য শিৰিৰ সন্মুখত। ( প্ৰতাপসিংহ আৰু বসন্ত।) প্ৰতাপ- বসন্ত মহাৰাজে তোমাক সহকাৰী সেনাপতি চপে বীৰেন্দ্ৰসিংহৰ পূৰ্ণ পদত নিযুক্ত কৰিছে। বন্তু মহাৰাজৰ প্ৰতি শ্ৰদ্ধাঞ্জলী নিবেদন কৰিছে॥। প্ৰতাপ- সেনাপতি, কাশ্মীৰত শত্ৰুৰ তুৰ্য্যধ্বনি আৰু তাৰ নিনাদত সৰল প্ৰজা আজি সশঙ্কিত এই শঙ্কা নিবাৰণ কৰিব লাগিব, ভীতি বিহ্বল প্ৰজাক আশ্বাস দিব লাগিব, প্ৰয়োজন হলে আমাৰ হৃদয়ৰ শোণিত দি। বসন্ত সি সৌভাগ্যৰ কথা সেনাপতি। | { বিষাদ ননকে বিজয়সিংহ প্ৰবেশ; প্ৰতাপ অৰু | বসন্তই অভিবাদন কৰে! বিজয় সেনাপতি। প্ৰতাপ- মহাৰাজ! বিজয়— কাশ্মীৰৰ এই দুৰ্দিন, সিফালে প্ৰাসাদত আই অসুস্থ॥ প্ৰতাপ- ৰাজমাতা অসুস্থা! বিজয় [ ইমুনীয়া কাঢ়ি] সেই কথা ভাবি চিন্তা কৰিবৰ আৰু সময় নাই। সেনাপতি, ইশ্বৰৰ ওচৰত মাতৃ