পৃষ্ঠা:কাশ্মীৰ কুমাৰী.pdf/৪১

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই



কাশ্মীৰ কুমাৰী ( ২য় অ৫ম দৃ বিমলা- তেনে তুমিও উচুপি উচুপি কালি থাকা। গাভৰু ছোৱালী, কেনে ৰাংঢালী হ’ব লাগিছিল। ( হাঁহি } ভোমাৰ কিবা বেমাৰ হৈছেনেকি সখী? কমলা-[ দুখেৰে ] বেমাৰ পৰি মৰা হলে ভালেই আছিল। বিমলা— ভাল আপদখনে পালে। সখী, তুমি থাকা মই যাওঁ। [ বহাৰ পৰা যাবলৈ উঠে ]। কমলা- কলৈনো যোৱা, বাঁচোন! বিমলা— ভোমাৰ এই ইননি বিননিখন শুনিবলৈ মই অহা নাই ইয়ালৈ। | নেপথ্যত- কমলা, অ কমলা। কমলা— [ ভিতৰ ফালে চাই ] গৈছে। আই। এ বিমলাক ] সখী, তুমি অলপ বা মই আহিছো॥ বিমলা- বহিবৰ মন নাছিল। বাৰু, মই বহিছো তুমি কিন্তু সোনকালে আহিব॥ কমলা- বাৰু। [ প্ৰস্থান ]। | [ বিমলাই শয্যাতে বহি আগৰ গীতটোৰ শেষ কলিটো আকৌ গায়। }