এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
৫ম দৃশ্য-কমলাৰ ক। { এখন শয্যাত কমলা শুই থাকে; টোপনি। বিমলাই আগৰ গীতটো গাই গাই লাহে লাহে শয্যাত বহেহি। বিমলাই গীত গাই থাকে, তেতিয়াও কমলাৰ টোপনি॥। বিমলা হেৰা, হেৰা—গাত ধৰি জোকাৰে। কমলা- { সাৰ পাই চকু মোহাৰি } অ’ তুমি; কেতিয়া | আহিলা? বিমলা- মই বাৰু যেতিয়াই আহো, কাক দেখিছিল? কুমাৰক নে কোনোবা কুমাৰক? কমলা— জানো কি কৈছা তুমি। [ বিচনাতে গাৰুত আইজি বহে বিমলা— কিবা কিবি দেখা নাই জানো সপোনত? কমলা- [ ভাবি ] কিবা সপোন এটা দেখিছিলো হ’ব পায় সখী, পিচে এতিয়া মনত নপৰা হ'ল॥ বিমলা— পৰিব, পৰিব, কেলৈ পৰিব? মনত নপৰিবলৈহে | সপোনে দিনতে গবা মাৰি ধৰিছেহি? কমলা ৰাৰু, তুমি দিন সপোন দেখানে? [ বিমলাই মূৰ জোকাৰে ] ৰাতি একা? [ বিমলাই মূৰ জোকাৰে ] মই হ'লে ৰাতিও দেখা দিনতো দেখে।