এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
৪ৰ্থ দৃশ্য—কাশ্মৗৱ প্ৰাসাদৰ বুলান (গীত গাই গাই বিমলাৰ প্ৰবেশ)। —গৗত-- সৰিছে শেৱালি ত ভৰি ভৰি ৰ আজি শৰতৰে পুৱা, ঘুমটিৰে ৰাগী থোৱ। কাতি কৰি চোৱ! চকু মেলি চোৱ॥ মুনতে আল চি থোৱা কথাকটি ফুটব নিদিয়ে পায়ে আগেভেটি। সপোনৰ দেশত সেয়েহে বিৰলে। | চেনেহী সখাকে কোৱা। সপোনতে পোৱ প্ৰিয় পৰশতে ফুটাব নেলাগে হাঁহিটি ওঠতে নিজকে বিলোৱ: শেৱালি চপাই তাৰে মালা গাঁথি লোৱ। ঘুমটি সুথতে নব্য সুৱাগী সখীয়া আহিছে চোৱ॥ { গীত গাই গাই প্ৰস্থান ]